Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

বদমকাকুৱে বলীউডৰ ৯০ দশকৰ সংবেদনশীল মাধুৰীৰ মনতো স্থান লাভ

ভুৱনৰ ডিঙিত থকা কেঁচা বাদামৰ ধুমুহাই 'ঢকধক ছোৱালী'ৰ হৃদয়তো আঘাত কৰিছিল। দুদিন আগতে পোষ্ট কৰা ভিডিঅ'টো এতিয়া কেৱল তেওঁৰ সামাজিক মাধ্যমত আবদ্ধ হৈ থকা নাই। 'কেঁচা বাদাম, দাদা কেঁচা
Read More...

উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি

ৰাষ্ট্ৰীয় পেৰা এথলেটিকছত অসমৰ পাঁচটা পদক ।আনিস্মিতা এছিয়ান পেৰা গেমছলৈ বাছনি হোৱাৰ সম্ভাৱনা । উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি । কলিংগ ষ্টেডিয়ামত অসমৰ পেৰা খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।ৰাষ্ট্ৰীয় পেৰা
Read More...

মৰিগাঁৱৰ ভূৰাগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আজি বিনামূলীয়া চকু  চিকিৎসা শিবিৰ  অনুষ্টিত কৰা হয় । Bosco Reach Out গুৱাহাটীৰ উদ্যোগত ,মৰিগাঁও জাগৰণ  আত্ম সহায়ক গোট
Read More...

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে দুই সংগঠনৰ উত্তাল প্ৰতিবাদ

শিৱসাগৰত মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি দুই সংগঠনৰ উত্তাল প্ৰতিবাদ।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই আজি শিৱসাগৰ নগৰত মূল্যবৃদ্ধৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে। পেট্ৰ'ল - ডিজেল সহ
Read More...

১২ ৰাণতে ক্ষান্ত বিৰাট কোহলি : ডু প্লেছিছ বাহিনীৰ জয়

মহাৰাষ্ট্ৰত সগৌৰৱেৰে অব্যাহত আছে এই ছিজনৰ ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেন্ট আই পি এল ।বুধবাৰে আই পি এলৰ ষষ্ঠ খন মেচত অৱতীৰ্ণ হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ ।ল স্কৰিং মেচত জয়ৰ মালা পিন্ধিলে প্লেছিছৰ নেতৃত্বৰ দল আৰ চি
Read More...

বিখ্যাত অভিনেতা অনিল কাপুৰৰ নতুন ফটো ছচিয়েল মিডিয়াত ভাইৰেল

65 বছৰ বয়সত, অনিল কাপুৰে এনে ফটো শ্বেয়াৰ কৰিছিল, অনুৰাগীসকলে ধেমেলীয়া মন্তব্য কৰিছে।বিখ্যাত অভিনেতা অনিল কাপুৰৰ নতুন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ছবিবোৰত, অভিনেতাজন এনেধৰণে দেখা গৈছিল যে তেওঁ 'ৱেলকাম' বোলছবিখনৰ মজনু ভাইক মনত
Read More...

ছিপাঝাৰৰ দুই নিঠৰুৱা কণমানিলৈ ক্ৰীড়া সন্থাৰ গেছ, আৰ্থিক সাহায্য, সামগ্ৰী মণ্ডল বিজেপিৰ

ছিপাঝাৰৰ গোৱালঝাৰত পিতৃ মাতৃক অকালতে হেৰুৱাই নিঠৰুৱা হৈ পৰা ঘাটমাউৰা দুই কণমানি বাৰবছৰীয়া জ্যোতিষ্মান শৰ্মা আৰু আঠ বছৰীয়া কৰিশ্মাৰ দেৱীৰ দুখত সমভোগী হৈ সহায়ৰ হাত আগবঢ়ালে ছিপাঝাৰ মণ্ডল বিজেপি। ইতিমধ্যে স্থানীয় বিধায়ক ডঃ পৰমানন্দ
Read More...

অৱসৰৰ টকাৰে ৰহাত এখন বৃদ্ধাশ্ৰম গঢ়িম :পুতুলী মূদৈ

অৱসৰ গ্ৰহণৰ দিনাই আজি ৰহাৰ কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়।ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি
Read More...

চাপৰমুখত শোৱাপাটিৰ পৰাই কিশোৰ সন্ধানহীন।

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত চাপৰমুখ কৃষ্ণনগৰৰ এজন কিশোৰ আজি পুৱাৰ পৰাই নিৰুদ্দেশ  হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে কৃষ্ণনগৰৰ মুকুট বৰাৰ পুত্ৰ তথা চাপৰমুখৰ চেন্ট বেচিলছ একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্র গৌৰৱজ্যোতি বৰা(বাবু)
Read More...

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী।

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচী। সকলো শিক্ষাৰ্থীৰ লগতে অভিভাৱকক অংশগ্ৰহণ । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৱাসিক এলেকাত অৱস্থিত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত আজি "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে ।
Read More...