Breaking

Browsing Category

মৰ্মাহত

গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি বদাৰা আলিউ জুফৰ ভাৰতত মৃত্যু

গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি বাদাৰা আলিয়ু জুফৰ অসুস্থতাৰ বাবে ভাৰতত মৃত্যু হোৱা বুলি ৰাষ্ট্ৰপতি আদামা বেৰ’ৱে প্ৰকাশ কৰে। বেৰ’ৱে টুইটাৰত কয় যে জুফৰ মৃত্যু হৈছে “অতি অসুস্থতাৰ পিছত” আৰু
Read More...

বিদ্যুৎ কৰ্তন নকৰাকৈয়ে বিদ্যুতৰ খুঁটাত উঠাই দিলে এজন সাধাৰণ লোকক, তাৰ পাছত…

বিদ্যুৎ বিভাগৰ এক কাণ্ডজ্ঞানহীনতাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ মাইলো অঞ্চলত। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ব্যক্তিৰ কৰুণ মৃত্যু হৈছে।
Read More...

জম্মু-কাশ্মীৰৰ কুপৱাৰাত বাহন গভীৰ খাদত পৰি নিহত ৩ সেনা জোৱান

উত্তৰ কাশ্মীৰৰ মাছল ছেক্টৰত নিয়মীয়া অপাৰেচন টাস্কৰ সময়ত ট্ৰেকত বৰফ পৰি যোৱাৰ ফলত তেওঁলোকৰ বাহনখন পিছলি বাহনখন গভীৰ খাদত পৰাত ৩ জন সেনা জোৱান (১ জন কনিষ্ঠ কমিছনড অফিচাৰ আৰু ২ জন অন্যান্য ৰেংক)ৰ মৃত্যু হয়।
Read More...

“মোৰ পৃথিৱীখন শেষ হৈ গ’ল”-এগৰাকী মাতৃৰ হিয়াভঙা কান্দোন…

সন্তানক হেৰুওৱাৰ বেদনা কেৱল পিতৃ মাতৃৰ বাহিৰে হয়তো কোনো লোকেই বুজি নাপাব কিমান অসহ্যকৰ হয়। এসপ্তাহৰ ভিতৰত দুজনকৈ পুত্ৰক হেৰুৱাই পুত্ৰ শোঁকত ভাগি পৰিছে এগৰাকী দুৰ্ভুগীয়া মাতৃ।
Read More...

আন্তৰ্জাতিক বাঁহীবাদক দীপক শৰ্মা গুৰুতৰ ৰোগত আক্ৰান্ত…

অসমৰ এগৰাকী আন্তৰ্জাতিক খ্যাতি সম্পন্ন বাঁহীবাদক তথা বিশিষ্ট শিল্পী দীপক শৰ্মা আজি কিছুদিনৰ পৰা যকৃতৰ(Liver) দুৰাৰোগ্য বেমাৰত ভূগি আছে আৰু এই বিষয়ে আজি ৰাতিপুৱা প্ৰায় ৮.১৫ বজাত শিল্পী মুনমুন দাসৰ পৰা গম পাই দীপক শৰ্মাৰ লগত টেলিফোনত কথা
Read More...

বিশ্বাসী তথা টাটা গ্ৰুপৰ প্ৰবীণ সদস্য শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী আৰ কে কৃষ্ণকুমাৰৰ…

ৰতন টাটাৰ ঘনিষ্ঠ, বিশ্বাসী তথা টাটা গ্ৰুপৰ প্ৰবীণ সদস্য আৰ কৃষ্ণকুমাৰে দেওবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে। কেৰালাত জন্মগ্ৰহণ কৰা কৃষ্ণকুমাৰে টাটা গ্ৰুপৰ আতিথ্য শাখা তথা ভাৰতীয় হোটেলৰ মুৰব্বীকে ধৰি একাধিক পদত কাৰ্যনিৰ্বাহ কৰিছিল।
Read More...

নতুন বছৰৰ প্ৰথম দিনটোতে বেয়া খবৰ ! কাৰখানাত অগ্নিকাণ্ডৰ ফলত নিহত ৯ জন লোক…

বিস্ফোৰণ ইমানেই প্ৰচণ্ড আছিল যে ২০ৰ পৰা ২৫খন গাঁৱত ইয়াৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল। এই কোম্পানীটো বন্ধ এলেকাত থকাৰ বাবে এতিয়াও সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা হোৱা নাই। এই ঘটনাৰ তদন্ত অব্যাহত আছে।মহাৰাষ্ট্ৰৰ নাছিকত বছৰৰ প্ৰথম দিনটোতে পোহৰলৈ আহিছে
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ মৃতদেহ খালি ভৰিৰে কান্ধত লৈ শ্মশানলৈ নিয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ মৃতদেহ খালি ভৰিৰে কান্ধত লৈ শ্মশানলৈ নিয়ে। প্ৰধানমন্ত্ৰীয়ে পৃথিৱীৰ নিয়ম অনুসৰি ইহজগতৰ পৰা বিদায় লোৱা মাতৃৰ মৃতদেহ গান্ধীনগৰৰ শ্মশানত মুখাগ্নি কৰি জ্বলাই দিয়ে।
Read More...

বিশ্ব ফুটবলৰ মহাতাৰকা মেছিয়ে তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলেৰ চিৰবিদায়ত কি লিখিলে…

এগৰাকী কিংবদন্তীৰ বিদায়। ফুটবল সম্ৰাট পেলেৰ সম্পৰ্কত এই বিশেষণ ব্যৱহাৰ কৰাৰ বিকল্প অৱশ্যে নাই। তিনিটা বিশ্বকাপ জয় কৰা পেলে কেৱল এজন ফুটবল তাৰকাই নহয়, তেওঁ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। যুগৰ পিছত যুগ ধৰি তেওঁলৈ চাই অনুপ্ৰাণিত হৈ আহিছে
Read More...

একপক্ষীয় প্ৰেমিকা উৰ্বশী ৰৌতেলা‌ই কান্দোনত ভাঙি পৰিল ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি…

কান্দোনত ভাঙি পৰিল উৰ্বশী ৰৌতেলা । ক্ৰিকেটাৰ ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি মূৰ ঘূৰাই পৰি গ'ল অভিনেত্ৰী গৰাকী । দীৰ্ঘদিনৰ পৰা
Read More...