Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

“আৱেগক আঘাত কৰাৰ অধিকাৰ কাৰো নাই”: ‘আদিপুৰুষ’ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী

মুম্বাইঃ “আদিপুৰুষ” ছবিখনক লৈ তীব্ৰ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কয় যে মানুহৰ আৱেগক আঘাত কৰাৰ অধিকাৰ কাৰো নাই আৰু লগতে কয় যে ছবিখনৰ লেখক আৰু পৰিচালকে হুলস্থুলৰ পিছত কিছু পৰিৱৰ্তন কৰিবলৈ সন্মত
Read More...

নগাঁৱৰ পৰা কেদাৰনাথলৈ পদব্ৰজে যুৱকৰ যাত্ৰা

নগাঁৱৰ পৰা উত্তৰাখণ্ডৰ গাৰৱাল হিমালয়ৰ মন্দাকিনী নদীৰ পাৰত অৱস্থিত কেদাৰনাথলৈ পদব্ৰজে যাত্ৰা নগাঁৱৰ এজন যুৱকৰ। যুৱকজনৰ নাম পাপ্পু পেটেল। সকলোৰে মংগল তথা বিশ্বশান্তিৰ বাবে সোমবাৰে নগাঁৱৰ পৰা
Read More...

পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, আৰতিৰ উৰুলি তথা শিৱ বন্দনাৰে মুখৰিত মধ্য জামুগুৰি অঞ্চল

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মধ্য জামুগুৰি বুঢ়া নামঘৰৰ কাষতে প্ৰায় ৭০ বছৰৰ পূৰ্বে কেইজনমান ধাৰ্মিক লোকৰ একান্ত প্ৰচেষ্টাত নিৰ্মিত সাৰ্বজনীন শিৱ মন্দিৰ ভাগ সামাজিক তথা ধৰ্মীয় বাতাবৰণত কিছু সমস্যা হোৱাত মন্দিৰ ভাগ স্থানান্তৰিত কৰিব লগা হয়।
Read More...

শিৱসাগৰ জিলা তাক্স ফ’ৰ্চৰ উদ্যোগত শিমলুগুৰিত ১২ শিশু শ্ৰমিক উদ্ধাৰ

নাজিৰাৰ শিমলুগুৰি, বালিঘাট অঞ্চলত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নীতি উলংঘা কৰি শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই আহিছে৷ সোমবাৰে শিৱসাগৰ জিলা শিশু শ্ৰমিক তাক্স ফ'ৰ্চ সমিতিয়ে নাজিৰাৰ শিমলুগুৰি অঞ্চলত
Read More...

ভূমি সংক্ৰান্তীয় বিষয়ত মণ্ডলক কন্দল নলগাবলৈ সকিয়ালে ৰাজহ মন্ত্ৰী যোগেন মহনে, অহা দুমাহৰ ভিতৰত ৰাজ্যত…

ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডল সকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলসকলক সকিয়াই দিয়ে অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। সোমবাৰে জামুগুৰিহাটত
Read More...

ব্ৰহ্মপুত্ৰত মাজুলী অভিমুখী ফেৰী সন্ধানহীন

সোমবাৰে মাজুলী অভিমুখে গৈ থকা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াত এম ভি লোহিত নামৰ এখন ফেৰী নিৰুদ্দেশ হয়। সূত্ৰ অনুসৰি যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী অভিমুখে গৈ আছিল ফেৰীখন।
Read More...

তামুলপুৰত কৃত্ৰিম বানপানী

তামুলপুৰত কৃত্ৰিম বানপানী। স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়ত একাঠু পানী। একাঠু পানীৰ মাজেৰে যাব লগা হৈছে স্বাস্থ্য কেন্দ্ৰলৈ ৰোগী, চিকিৎসক, বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী।
Read More...

জোনালী নাথৰ হত্যাকাৰী ফাঁচী দিয়াৰ দাবীত গোৱালপাৰাত বিশাল প্ৰতিবাদী সমদল

গোৱালপাৰা জিলা বি জে পিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত সোমবাৰে গোৱালপাৰা জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ উদ্যোগত পাঁচ শতাধিক পুৰুষ মহিলাই বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে!
Read More...

ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব

ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াই বিভিন্ন ঠাইত তাণ্ডব চলাইছে। শ শ ৰাইজৰ ঘৰ দোৱাৰ ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত জাহ যাব ধৰিছে।ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱতো ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব৷ বৰ্তমান বিপদসংকুল অৱস্থাত আছে কেবাশতাধিক পৰিয়াল,
Read More...

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ

বিজেপি সভালৈ নোযোৱাই যেন কাল হ'ল এহাল দম্পত্তিৰ৷ বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ৷ পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নামৰ এহাল দম্পত্তিক লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ শিৱসাগৰৰ
Read More...