Breaking

Browsing Category

ৰাজনীতি

ৰাজ্যসভা নিৰ্বাচনঃ বিজেপিয়ে ঘোষণা কৰিলে ১৪ গৰাকী প্ৰাৰ্থীৰ নাম, তালিকাত প্ৰাক্তন কেন্দ্ৰীয়…

ৰাজ্যসভাৰ নিৰ্বাচন সমাগত। এনেসময়তে কেন্দ্ৰত শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দেশৰ কেইবা খনো ৰাজ্যৰ ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।
Read More...

পুনৰ অগপৰ সভাপতিৰ পদত অতুল বৰা, কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত…

পুনৰ অসম গণ পৰিষদ দলৰ সভাপতিৰ পদত অতুল বৰা। কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত নিৰ্বাচিত হয়। আজি অসম গণ
Read More...

আস্থা ভোটৰ পূৰ্বেই আৰজেডিত ফাট! ‘নিৰুদ্দেশ’ ১২ জন বিধায়ক…

১২ ফেব্ৰুৱাৰীত বিহাৰ বিধানসভাত অনুশ্ঠিত হ’ব আস্থা ভোট। সেইদিনা অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ জেডিইউ-বিজেপি মিত্ৰজোঁট চৰকাৰক আস্থা ভোটত লালু পুত্ৰ তেজস্বী যাদৱে চৰকাৰক পৰাজিত কৰিব বুলি প্ৰত্যাহ্বান জনাইছিল। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও
Read More...

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত মোদীৰ অন্তিম ভাষণ, অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবঃ…

অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব। আজি লোকসভাত এনেদৰেই আশা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তদশ লোকসভাৰ অন্তিম বৈঠকত ভাষণ দিয়ে।২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত দিয়া এইটোৱেই
Read More...

ইণ্ডিয়া মিত্ৰজোঁটত বিভাজন স্পষ্টঃ পঞ্জাৱ আৰু চণ্ডীগড়ত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব আপ…

‘ইণ্ডিয়া’ মিত্ৰজোঁটত এতিয়া ভাঙোন স্পষ্ট হৈ পৰিছে। কুছুদিন পূৰ্বে মিত্ৰজোঁটৰ পৰা আঁতৰি এনডিএত চামিল হৈছিল নীতিশ কুমাৰ৷ পৰৱৰ্তী সময়ত বংগকন্যা মমতাই স্থিতি গ্ৰহণ কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে৷ একেদৰে, ন্যায় যাত্ৰা চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু
Read More...

I.N.D.I.A.ত আউল লগালে অৰবিন্দ কেজৰিৱালে! পঞ্জাৱত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত…

লোকসভা নিৰ্বাচনৰ পূৰ্বে I.N.D.I.A.ত আকৌ আউল। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৰিছে ডাঙৰ ঘোষণা। পঞ্জাৱত আন দলক এৰি নিদিয়ে এখনো আসন।
Read More...

দেশৰ ১০ গৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা ! INDIA TODAYৰ C ভোটাৰ সমীক্ষাত…

দেশৰ ১০ গৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা। ৪৮.৬ শতাংশ সমৰ্থনেৰে
Read More...

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা৷ তিনিটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা, ইমৰান খানৰ PTIৰ জয়লাভ…

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা চলি আছে। অধিকাংশ আসনত ইমৰাণ খানৰ পিটিআই সমৰ্থিত নিৰ্দলীয় আৰু নৱাজৰ পিএমএল-এন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰা হৈছে। পাকিস্তানত স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে ভোটদানৰ অন্ত পৰে।
Read More...

বিজেপি-আৰএলডি চুক্তিঃ বিজেপিয়ে আৰএলডিক দিছে ২ খন লোকসভা, ১ খন ৰাজ্যসভা আসন এৰি দিয়াৰ…

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ৰাষ্ট্ৰীয় লোক দল (আৰএলডি)ৰ মাজত আসন বিতৰণৰ কথা চলি আছে। উত্তৰ প্ৰদেশত ৮০ খন লোকসভা আসনৰ সৈতে নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ যুদ্ধক্ষেত্ৰ হৈ পৰিছে। উত্তৰ প্ৰদেশত এতিয়া বিৰোধী
Read More...

‘তেওঁ সাধাৰণ জাতিৰ লোক’: প্ৰধানমন্ত্ৰী মোদীৰ ‘সবচে বড়া অ’বিচি’…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে তেওঁ অ'বিচি পৰিয়ালত জন্ম গ্ৰহণ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ সাধাৰণ জাতিৰ লোক। কংগ্ৰেছ সাংসদগৰাকীয়ে কয়-প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জাতিগত পৰিচয়
Read More...