Breaking

Browsing Category

গ্ৰাম্যৰ্থ

হাইলাকান্দিত বানপৰিস্থিতিয়ে ধাৰণ কৰিছে বিভীষিকা।

হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ অধিক অবনতি ঘটিছে জিলাখনৰ আলগাপুৰ ৰাজহ চক্ৰৰ ন ন গাঁৱ বৰ্তমান বানৰ কবলত পৰিছে । গৃহহীন হৈ পৰিছে বহু লোক । বৰাক নদীৰ বাঢ়নি পানীয়ে পাঁচগ্ৰাম আৰু কালীনগৰ গাঁৱ ও চণ্ডিপুর পঞ্চায়ত এলাকাত
Read More...

একেৰাহে হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা…

আজি পুৱাই মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় অতুল বৰাজিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিতমন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত
Read More...

নেৰা -নেপেৰা বৰষুণৰ বাবে পথাৰতে পচিছে শস্য

এফালে নিতৌ প্ৰয়োজনীয় সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। আনফালে প্ৰকৃতিৰ ৰোষত কৃষক।যোৱা কিছু দিন ধৰি ৰাজ্যত হৈ থকা নেৰা -নেপেৰা বৰষুণৰ ফলত বিভিন্ন শস্যৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে। অতিষ্ঠ হৈ পৰিছে ৰাইজ।
Read More...

স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ জন্ম গাঁওত পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন …..

বোকাখাত মহকুমাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ গোলোং টেমেৰাত অৱস্থিত শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত ভাৰত স্বাধীনতা সংগ্ৰামৰ আপোচহীন সংগ্ৰামী বীৰ শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত আৰু  যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত মিচিং স্বায়ত্ত শাসিত পৰিষদে লৈছে
Read More...

মাণিকপুৰত নিহত হোৱা ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ ……

মাণিকপুৰৰ পাতিলাদহা বজাৰত ৰেলৰ খুন্দাত নিহত ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ তুলি তীব্ৰ উত্তেজনা। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ। বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত
Read More...

গাঁতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ….

তামাৰহাটত ঠিকাদাৰে খন্দা গাতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ । ঘটনাক গাপ দিবলৈ উঠি পৰি লাগিছে এটা দালাল চক্ৰই ।স্বয়ম্ভূ ঠিকাদাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে প্ৰাণ গল এটি চাৰি বছৰীয়া শিশুৰ । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত
Read More...

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ৩ দিনীয়া শিক্ষক প্ৰশিক্ষণ সুকলমে সম্পন্ন……

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩  শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ পৰা অনুষ্ঠিত হোৱা শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধন
Read More...

সোণৰ কণী পৰা হাঁহলৈ পৰিণত  মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে::

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম কৰি থকাৰ মাজতে অনিয়ম-অনীতিয়ে ছানি ধৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ
Read More...

তামুলপুৰত বিশেষভাৱে সক্ষম শিশুৰ বাবে যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

তামুলপুৰ জিলা সদৰৰ তামুলপুৰ পূৰণ চকত আজি এটি যোগ কেন্দ্ৰ মুকলি কৰা হয়।যোগকেন্দ্ৰটো এক মাংগলিক পৰিৱেশত আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে।বাল ভাৰতী শৈক্ষিক ন্যাস ৰ উদোগত ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত জীৱধাৰা
Read More...

জনপ্ৰতিনিধি-চৰকাৰৰ বঞ্চনাঃ ৰিজ’লোচন একাডেমীয়ে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনা আৰু প্ৰতাৰণাই ধেমাজি জিলাৰ গোগামুখবাসীক অতিষ্ঠ কৰি তুলিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা চৰকাৰ আৰু জনপ্ৰতিনিধি সমূহৰ নীতিৰ বাবে বহু শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ প্ৰাপ্ত অধিকাৰৰ পৰা
Read More...