Breaking

Browsing Category

ক্রীড়া-জগত

৪৩ বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হোৱা ৰোহন বোপান্নাই কি খায়…

ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ৰোহন বোপান্নাই ৪৩ বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেন পুৰুষৰ ডাবল খিতাপ দখল কৰিছে। ৪৩ বছৰ বয়সতো নিজকে ফিট কৰি ৰখাটো এটা ডাঙৰ কথা। দেশখনলৈ গৌৰৱ কঢ়িয়াই অনা টেনিছ খেলুৱৈ ৰোহন বোপান্নাই সহযোগী মেথিউ এবডেনৰ সৈতে প্ৰথমটো
Read More...

গুৱাহাটী দবা একাডেমীৰ গণৰাজ্য দিৱস দবা প্ৰতিযোগিতাঃ নলীনাক্ষ কাশ্যপ চেম্পিয়ন

গুৱাহাটী দবা একাডেমীৰ উদ্যোগত একাডেমী চৌহদত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস দবা প্ৰতিযোগিতাত নলীনাক্ষ কাশ্যপে খিতাপ দখল কৰিছে। নলীনাক্ষই ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ খিতাপ দখল কৰিবলৈ সক্ষম হয়। সহজ গুপ্তাই
Read More...

মহিলাৰ FIH Hockey5s বিশ্বকাপ ২০২৪: ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে….

মহিলাৰ FIH Hockey5s বিশ্বকাপ ২০২৪: ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে। মহিলাৰ FIH Hockey5s বিশ্বকাপ খিতাপ দখলৰ বাবে নেদাৰলেণ্ড আৰু ভাৰত হ’ব মুখামুখি। শনিবাৰে ওমানৰ মাস্কাত অনুষ্ঠিত হ’ব এই ফাইনেল খেল।
Read More...

বিৰাট কোহলিলৈ ICC Men’s ODI Cricketer Of The Year বঁটা

আই চি চি ক্রিকেট বিশ্বকাপ ২০২৩ ত শ্ৰেষ্ঠ খেলুৱৈ বিৰাট কোহলি। ভাৰতৰ অসাধাৰণ বেটাৰগৰাকীক আই চি চিৰ বর্ষশ্রেষ্ঠ এদিনীয়া বঁটাৰে সন্মানিত কৰা হৈছে।
Read More...

অৱসৰ সন্দৰ্ভত অলিম্পিক পদকজয়ী বক্সাৰ মেৰী কমৰ স্পষ্টীকৰণ…

মই এতিয়ালৈ অৱসৰ ঘোষণা কৰা নাই'। অৱসৰ সন্দৰ্ভত অলিম্পিক পদকজয়ী বক্সাৰ মেৰী কমৰ স্পষ্টীকৰণ। ডিব্ৰুগড়ৰ এক অনুষ্ঠানত বয়সে অনুমতি নিদিয়াৰ বাবেই অৱসৰ ল’ব লাগিব বুলি কৈছিল বক্সাৰগৰাকীয়ে।
Read More...

BCCI বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ, ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ…

বিচিচিআই বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ। ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ।
Read More...

মৰিধল মহাবিদ্যালয়ত সম্পন্ন আন্তঃমহাবিদ্যালয় এথলেটিক্স মীট

এই পৃথিৱী এক ক্ৰীড়াংগন/ ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন…..। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক শান্তিৰ প্ৰাংগন হিচাপে বিবেচিত হয় অহা মৰিধল মহাবিদ্যালয়ত ষষ্ঠ বাৰলৈ অনুষ্ঠিত হ'ল বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় এথলেটিক্স মীট।
Read More...

ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব বিৰাট কোহলি…

ব্যক্তিগত কাৰণৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব বিৰাট কোহলি৷ ইংলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ব্যক্তিগত কাৰণত প্ৰথম দুখন টেষ্ট খেলৰ পৰা আঁতৰি আছে বুলি সোমবাৰে বিচিচিআইয়ে সদৰী কৰিলে এই তথ্য৷ নিৰ্বাচকসকলে অতি সোনকালে
Read More...

তৃতীয় বাৰৰ বাৰে বিবাহপাশত আৱদ্ধ শ্বোৱেইব মালিক! এতিয়া পুত্ৰ ইজহানৰ যত্ন কোনে ল’ব…

শ্বোৱেইব মালিকৰ বিবাহঃ তৃতীয়বাৰৰ বাবে বিবাহ পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বোৱেইব মালিকৰ। তেওঁ তৃতীয়বাৰৰ বাবে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু এতিয়া তেওঁৰ পুত্ৰ ইজহানৰ কি হ’ব? এতিয়া প্ৰশ্ন
Read More...

সামাজিক মাধ্যমত ৰামলালাৰ মূৰ্তি ছবি শ্বেয়াৰ কৰিলে পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰে…

ৰাম মন্দিৰঃ বৰ্তমান সমগ্ৰ বিশ্বতে ৰাম মন্দিৰৰ চৰ্চা চলিছে। ভাৰতীয়ৰ লগতে বিদেশীসকলো ৰাম মন্দিৰক লৈ উৎফুল্লিত। ইফালে ৰাম মন্দিৰ সন্দৰ্ভত সুখদায়ক বক্তব্য প্ৰদান কৰিছে পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰে। ভগৱান ৰাম ৰামনগৰলৈ অহাত সকলোৱে সুখী।
Read More...