Breaking

Browsing Category

ক্রীড়া-জগত

ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ লাভ এম এছ ধোনীৰ…

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ ‘প্ৰীণ প্ৰতিষ্ঠা’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰা তৃতীয়জন ক্ৰিকেটাৰ হিচাপে সোমবাৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী হিচাপে পৰিগণিত হয়। ৰাঞ্চিৰ ঝাৰখণ্ড ৰাজ্যিক ক্ৰিকেট সন্থাৰ
Read More...

আই পি এল ২০২৪ ছিজনত শেষবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত দেখা যাব মাহীক…

আই পি এল ২০২৪ ছিজনত শেষবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত খেলা দেখা যাব। অৱশ্যে ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। কিন্তু ধোনীৰ এই উৰাবাতৰিৰ পিছতে হতাশ হৈ পৰিছে দোনীৰ অনুৰাগীসকল। ২০২৪ চনৰ জুলাই মাহত মহেন্দ্ৰ সিং ধোনীৰ বয়স ৪৩ বছৰ
Read More...

চেলিব্ৰিটি অৰীৰ সৈতে ভাৰতীয় দলৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল, অৰীক হেৰাই যোৱা ভাতৃ বুলি অভিহিত কৰে…

ভাৰতীয় দলৰ স্পিনাৰ যুজবেন্দ্ৰ চাহালে ইনষ্টাগ্ৰামত দুখন ছবি শ্বেয়াৰ কৰিছে। ছবি দুখনত তেওঁক দেখা গৈছে ছ'চিয়েল মিডিয়াৰ চেন্সেশন অৰীৰ সৈতে। এই ছবিবোৰত অৰীক নিজৰ চিনাকি শৈলীৰে চাহালৰ লগত আঁকোৱালি লোৱা দেখা গৈছে। চাহালে এই ছবিখনৰ সৈতে এটা
Read More...

ৰোনাল্ডোৱে নাজানে বিৰাট কোহলী কোন…

এটা ভিডিঅ’ত ইউটিউবাৰ স্পীডে ব্ৰাজিলৰ মহান ফুটবলাৰ ৰোনাল্ডোক বিৰাট কোহলীৰ বিষয়ে প্ৰশ্ন কৰা দেখা গৈছে। এই কথা পোহৰলৈ আহে ইউটিউবাৰ স্পীডৰ ৰোনাল্ডোৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত। ইয়াত যেতিয়া স্পীডে ৰোনাল্ডোক বিৰাট কোহলীৰ বিষয়ে সুধিছিল,
Read More...

আজি ৰাহুল দ্ৰাবিড়ৰ ওপজা দিনঃ ৰাহুল দ্ৰাবিড়ৰ পৰা ৫ টা জীৱনৰ পাঠ শিকিব পাৰিব…

ৰাহুল দ্ৰাবিড় এজন কিংবদন্তি খেলুৱৈ, শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলোৱে, সফলতাতকৈ তেওঁৰ আচৰণক বেছি ভালপাই। তেওঁলোকৰ পৰা আমি বহুতো গুৰুত্বপূৰ্ণ জীৱনৰ শিক্ষা ল’ব পাৰো। টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ বয়স আজি ৫১ বছৰ
Read More...

মই ভগৱান ৰাম আৰু হনুমানৰ ভক্তঃ দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজ….

দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজে ৰাম ছিয়া ৰাম গীতৰ সৈতে নিজৰ সম্পৰ্ক প্ৰকাশ কৰিছে, বলিং কৰাৰ সময়ত ষ্টেডিয়ামত ‘ৰাম ছিয়া ৰাম’ গীতটো বাজিবলৈ আৰম্ভ কৰে। ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত বহু সময়ত এই ঘটনা দৃষ্টি গোচৰ হৈছিল। এদিনীয়া
Read More...

ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা অৰ্জুন বঁটা গ্ৰহণ ক্ৰিকেটাৰ মহম্মদ চামীৰ…

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানঃ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহম্মদ শামীক অৰ্জুন বঁটাৰে সম্বৰ্ধনা জনায়। আজি তেওঁক এই বৃহৎ ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। ক্ৰিকেট জগতত প্ৰথমবাৰৰ বাবে এই বঁটা
Read More...

BEYPORE INTERNATIONAL WATER FESTIVELত জিলিকিল সৰুপথাৰৰ নিশামণি

ক্ৰিয়া প্ৰতিভাৰে জিলিকিছে সৰুপথাৰ ৷ লাভলীনা , নয়নমনীৰ পিচতেই সৰুপথাৰৰ নাম উজ্বলাবলৈ সক্ষম হৈছে সৰুপথাৰৰ নগাজৰী দ চুক গাঁৱৰ বিপুল বৰা আৰু ৰুণুৰ বৰা জ্যেষ্ঠ কন্যা নিশামনি বৰাই। নিশামনিয়ে কেৰালা পৰ্যটন
Read More...

অৱসৰৰ পিছত ভৱিষ্যত পৰিকল্পনা কি ডেভিদ ৱাৰ্নাৰৰ? ক’লে, পত্নীৰ পৰা অনুমতি ল’ব লাগিব…

অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত ৩খন টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হয়। এইখন আছিল ডেভিদ ৱাৰ্নাৰৰ শেষৰ খন ছিৰিজ। পাকিস্তানক ৩-০ গ’লত পৰাস্ত কৰি ডেভিদ
Read More...

শেষৰখন টেষ্ট খেলত পাকিস্তান দলে বাবৰ আজমৰ জাৰ্চি উপহাৰ দিলে ডেভিদ ৱাৰ্নাৰক…

অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰে কেৰিয়াৰৰ শেষৰখন টেষ্ট খেলিছিল পাকিস্তানৰ বিৰুদ্ধে, তাৰ পিছত পাকিস্তানৰ খেলুৱৈসকলে তেওঁক বিশেষ উপহাৰ দিছিল। ছিডনীৰ ছিডনী ক্ৰিকেট খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে খেল অনুষ্ঠিত হৈছিল। শেষৰ খন খেল ৱাৰ্নাৰৰ বাবে অতি
Read More...