Breaking

Browsing Category

ক্রীড়া-জগত

আই পি এলত দেখা যাবনে পুৰণি ধোনিৰ যাদু…

আই পি এল ২০২৪ঃ ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ সময়ত যিদৰে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আই পি এল ২০২৪ত পুৰণি শৈলীলৈ ঘূৰি আহিব সেয়া প্ৰায় নিশ্চিত। পুৰণি মহেন্দ্ৰ সিং ধোনিৰ যাদু দেখা পোৱাটো নিশ্চিত আই পি এল ২০২৪ত। প্ৰতিযোগিতাখনৰ
Read More...

আজি ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছৱালৰ জন্মদিন, ২২ বছৰীয়া হ’ল যুৱ…

ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছৱালে আজি ২২ সংখ্যক জন্মদিন পালন কৰিছে। ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটোৱা জয়ছৱালে প্ৰথমখন খেলতে শতক অৰ্জন কৰিছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক মেচখনৰ প্ৰথম
Read More...

ৰাহুলক প্ৰশংসা গাভাস্কাৰৰ, চেঞ্চুৰিয়ানত তেওঁৰ শতক শীৰ্ষ ১০ শতকৰ ভিতৰত অন্যতম…

কে এল ৰাহুলঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি কে এল ৰাহুলে টিম ইণ্ডিয়াক সমস্যাৰ পৰা আঁতৰাই আনিলে। সুনীল গাভাস্কাৰে কে এল ৰাহুলৰ এই শতকক শীৰ্ষ ১০ শতকৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।ভাৰতীয় পুৰুষ ক্ৰিকেট দল বৰ্তমান দক্ষিণ আফ্ৰিকা
Read More...

কভিডৰ বাবে পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বন্ধ হ’ব নেকি…

দেশ তথা বিশ্বত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কভিড-১৯ত আক্ৰান্তৰ সংখ্যা। এই কথা দেখি ক্ৰিকেট অনুৰাগীৰ মনত এক প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ প্ৰভাৱ ক্ৰিকেটতো পৰিব নেকি? যোৱা কেইসপ্তাহমানৰ পৰা দেশৰ লগতে বিশ্বত ইয়াৰ বিধ্বংসী ৰূপ বাঢ়িছে। বিশ্ব
Read More...

সাক্ষী-বজৰঙৰ প্ৰতিবাদত নতি স্বীকাৰ! ক্ৰীড়া মন্ত্ৰালয়ে স্থগিত ৰাখিলে কুস্তি ফেডাৰেচনৰ নতুন সমিতি,…

ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সভাপতি নিৰ্বাচনকলৈ আপত্তি দৰ্শাই আহিছে প্ৰতিবাদী মল্লযোদ্ধাসকলে। একাংশ মল্লযোদ্ধা যৌন উৎপীড়ণৰ বলি হোৱা বুলি অভিযোগ কৰি অহা প্ৰতিবাদী মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সমিতিখন কোনোপধ্যে মানি ল’ব
Read More...

সফলতাৰে সামৰণি পৰিল অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ-২০২৩; সামৰণি অনুষ্ঠানত দুই ‘অৰ্জুন’ হিমা আৰু…

ক্ৰীড়া আৰু প্ৰযুক্তিৰ সমাহাৰেৰে ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়শ্বিপ-২০২৩ৰ সফল সামৰণি পৰিল। সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত
Read More...

ক্ৰিকেট এৰি কেনেদৰে সময় কটাব বিচাৰে ‘দেশপ্ৰেমিক’ ধোনীয়ে?

আই পি এলৰ নিলামৰ অন্ত পৰিল। সকলোৰে দৃষ্টি এতিয়া মহেন্দ্ৰ সিং ধোনীৰ ওপৰত। তেওঁ কেনেকৈ খেলিব ? তেওঁৰ দলটো আকৌ আই পি এল চেম্পিয়ন হ’ব পাৰিবনে? এনে সকলো প্ৰশ্নই ভাৰতীয় ক্ৰিকেট মহলত প্ৰচাৰিত হৈছে । ক্ৰিকেট এৰিলে কি কৰি সময় কটাব মাহি ওৰফে এম
Read More...

বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই ল’বনে…

বৃহস্পতিবাৰে ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি নিৰ্বাচিত হয় ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং৷ দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে সঞ্জয় সিংকে ধৰি সকলো নৱনিৰ্বাচিত বিষয়াক নিলম্বন কৰে। অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াই ক্ৰীড়া মন্ত্ৰালয়ে নতুন
Read More...

ভাৰতীয় ক্ৰিকেটত নতুন ইতিহাস, ৪৬ বছৰৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট জয় মহিলা ক্ৰিকেট দলৰ…

মহিলাৰ টেষ্ট ইতিহাসত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ভাৰতে। ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত জয়লাভ কৰে।
Read More...

WFIৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন…

নৱনিৰ্বাচিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বন ক্ৰীড়া মন্ত্ৰালয়ৰ। WFIৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙকো নিলম্বন। স্থগিত ৰাখিছে অনুৰ্ধ্ব-১৫ আৰু অনুৰ্ধ্ব-২০ ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতা। খেলুৱৈৰ প্ৰতিবাদৰ প্ৰভাৱ, ক্ৰীড়া মন্ত্ৰালয়ে নতুন
Read More...