Breaking

Browsing Category

ক্রীড়া-জগত

গুৱাহাটী বিশ্ববিদ্যালয়ে লজ্জানত কৰিলে অসমৰ ক্ৰীড়া জগতক

১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩। উক্ত গেমছত অমৃতসৰৰ গুৰুনানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা ২৩৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি সৰ্ববৃহৎ দল হিচাপে চিহ্নিত হৈছে। চত্তিশগঢ়ৰৰ পৰা ১৫৬ জনীয়া দলে
Read More...

৮ মাৰ্চৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট

অহা ৮ৰ পৰা ১৯ মাৰ্চলৈ শ্ৰীলংকাৰ কেণ্ডীৰ পাল্লাকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতা৷ এইবাৰ প্ৰতিযোগিতাত অংশ ল’ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, ইংলণ্ডৰ কেভিন পিটাৰচেন, পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি, ভাৰতৰ
Read More...

অহা আঠৰ পৰা ৱ’ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ! ক্ৰিকেট, গেইল, যুৱৰাজ, পিটাৰছেন, আফ্ৰিদী, হৰভজনৰ…

অহা আঠৰ পৰা ১৯ মাৰ্চলৈ শ্ৰীলংকাৰ কেণ্ডীৰ পাল্লাকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱ’ল্ডৰ্ চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতা৷ এইবাৰ প্ৰতিযোগিতাত অংশ ল’ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, ইংলণ্ডৰ কেভিন পিটাৰচেন, পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি,
Read More...

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন বেগী বলা মহম্মদ ছামিৰ, ২০২৪ৰ আই পি এলত অংশগ্ৰহণ কৰিব নে ছামীয়ে…

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল বেগী বলা মহম্মদ ছামিৰ। বৰ্তমান কিছু সুস্থ হৈ উঠিছে বেগী বলাৰ মহম্মদ ছামি৷ কিছুদিন পূৰ্বে বাঁও ভৰিৰ গোৰোহাত আঘাত পাইছিল তাৰকা ক্ৰিকেটা মহম্মদ ছামীয়ে৷
Read More...

চতিয়াৰ ১০ বছৰীয়া কিশোৰী মিংবী বৰফুকনৰ কৃতিত্ব, দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত…

চতিয়াৰ গেৰেকী গাঁৱৰ ১০ বছৰীয়া কিশোৰী মিংবী বৰফুকনে উশ্বু খেলত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰি চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ কনমানী খেলুৱৈ মিংবী বৰফুকন গেৰেকী গাঁৱৰ ৰবাৰ্ট ফুকন আৰু বৰ্ষা
Read More...

মৰিগাঁৱত অসম প্ৰিমিয়াৰ ক্ৰিকেটৰ মধ্য অসম মণ্ডলৰ ফাইনেলৰ সফল সামৰণি

অসমৰ সুপ্ত ক্ৰিকেট প্ৰতিভাবোৰৰ সদব্যৱহাৰ কৰিবৰ বাবে আজিৰ পৰা ৬ বছৰৰ আগতে অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰা দূৰদৰ্শী আৰু ফলপ্ৰসু চিন্তাধাৰাৰ সুফল জিলা ক্ৰীড়া সন্থা সমূহে প্ৰত্যক বছৰেই আয়োজিত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ জৰিয়তে লাভ কৰাটো
Read More...

অসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম অলিম্পিক সন্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত হয়।সভাখনত সভাপতিত্ব কৰে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Read More...

অনুপম জীৱনৰ প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা…

ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন 'অনুপম জীৱন' এ জজ খেল পথাৰস্থিত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত শনিবাৰে আয়োজন কৰা প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰৰ অনুৰ্ধ ছোৱালীৰ আন্তঃ ক্লাৱ/ আন্তঃ গোট / প্ৰতিষ্ঠান প্ৰাইজমানি ভলীবল
Read More...

মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ মুকলি অনুষ্ঠানত নতুন ৰূপত শ্বাহৰুখ, শ্বাহিদ…

মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ছিজন ২ৰ মুকলি অনুষ্ঠানত উপস্থিত শ্বাহৰুখ খান, সিদ্ধাৰ্থ মালহোত্ৰা, শ্বাহিদ কাপুৰ, কাৰ্তিক আৰিয়ান আৰু বৰুণ ধাৱন। সকলোৱে নিজৰ নতুন ৰূপ আৰু ষ্টাইলেৰে লাইমলাইট দখল কৰে। ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খানৰ
Read More...