বহুলোকে চুহানা খানৰ ব্ৰেণ্ড এণ্ডাৰছমেণ্টক ‘ষ্টাৰ কিড প্ৰিভিলেজ’ৰ বাহিৰে আন একো নহয় বুলি কয়। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “শ্বাহৰুখ খানৰ কন্যা হোৱাৰ উপৰিও চুহানা খানে এই ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড পাবলৈ কি কৰিছে?” আনকি তেওঁৰ কোনো এখন ছবিও ওলোৱা নাই আৰু নেপটিজিম দেখা গৈছে বুলি মন্তব্য কৰে।
What has #SuhanaKhan done that is so substantial, other than being #ShahRuhKhan daughter to get this big international brand? She hasn’t even got a movie out and the nepotism is showing bright and clear. Useless star kid. pic.twitter.com/4z7wNGOiIC
শিক্ষা বিভাগে জাৰি কৰা গাইডলাইন অনুসৰি বিয়লিৰ শ্বিফটত বিদ্যালয়ত শিশুৰ মুকলি সমাবেশ হ’ব নালাগে। ছাত্ৰ-ছাত্ৰীৰ বাবেও বিদ্যালয়সমূহত খোৱাপানীৰ সঠিক ব্যৱস্থা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীক শ্ৰেণীৰ সময়ত পানী খাবলৈ বিৰতি দিব লাগে।
লগতে কোৱা হৈছিল যে বিদ্যালয়লৈ অহাৰ সময়ত ছাতি, টাৱেল, টুপী বা আন যিকোনো উপায়েৰে মূৰ ঢাকি ৰাখিব লাগে যাতে প্ৰত্যক্ষভাৱে সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ নাযায়। যদি কোনো ছাত্ৰৰ গৰমৰ বাবে কোনো স্বাস্থ্যজনিত সমস্যা হয় তেন্তে তৎক্ষণাত ওচৰৰ চিকিৎসালয় বা স্বাস্থ্য সেৱাক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে বুধবাৰে পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দিল্লী সচিবালয়ত ৩০টা বিভাগৰ সৈতে গ্ৰীষ্মকালীন কৰ্ম পৰিকল্পনা সন্দৰ্ভত এক যৌথ বৈঠকত মিলিত হয়। গ্ৰীষ্মকালত বহু কাৰণত সৃষ্টি হোৱা প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে নিৰ্দিষ্ট ১৬টা ফ’কাচ পইণ্টৰ ওপৰত সকলো বিভাগকে বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছে। সেই অনুসৰি গ্ৰীষ্মকালীন কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা হ’ব।
১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ ছবি ‘শকুন্তলাম’। ১৪ এপ্ৰিলত মুক্তি পাব সামান্থা ৰুথ প্ৰভুৰ বহু প্ৰত্যাশিত ছবি ‘শকুন্তলাম’। অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছে সামন্থা ৰুথ প্ৰভুৰ ‘শাকুন্তলাম’ ছবিখনৰ বাবে। কালিদাসৰ কবিতা ‘অভিজ্ঞান শকুন্তলাম’ৰ আধাৰত নিৰ্মিত পৌৰাণিক নাটকখন। ১৪ এপ্ৰিল অৰ্থাৎ কাইলৈ ছবিগৃহত মুক্তি পাব সামান্থাৰ এই বহু প্ৰত্যাশিত ছবিখনে। শেহতীয়াকৈ ছবি নিৰ্মাতাসকলে সমালোচক আৰু কিছুমান নিৰ্বাচিত দৰ্শকৰ বাবে বিশেষ প্ৰিমিয়াৰৰ ব্যৱস্থা কৰিছে।
Most Efficient Movie Making of #Gunashekar Mark #ManiSharma BGM Looks Very Beautiful and Gorgeous @Samanthaprabhu2 Acting Set Visuals Making The Finest Art To Make Vision On Movie..