Breaking

Browsing Tag

covid

দীৰ্ঘদিনীয়া ক’ভিড ৰোগীৰ ২০০ৰো অধিক ৰোগ হোৱাৰ আশংকা…

দীৰ্ঘদিনীয়া ক'ভিড এটা ভয়াৱহ ৰোগ, কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন নাই। সচেতন হৈ থাকিলে সময়মতে চিকিৎসা গ্ৰহণ কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি। বহুতৰে বাবে Covid-19ৰ অন্ত পৰাটো এতিয়াও দূৰৈৰ সপোন। কাৰণ Covid সংক্ৰমণ আৰোগ্য হোৱাৰ পিছতো শৰীৰত বহু
Read More...

কোভিডতকৈয়ো ১০০ গুণে বেছি বিপজ্জনক বাৰ্ড ফ্লুৱে সৃষ্টি কৰিব পাৰে আন এক মহামাৰীৰ, সতৰ্ক কৰিলে…

বিশ্বত আন এক মহামাৰীৰ আশংকাই দেখা দিছে। কোভিডতকৈয়ো ১০০ গুণে অধিক মাৰাত্মক বাৰ্ড ফ্লু মহামাৰীয়ে বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। তেনে আশংকাই ব্যক্ত কৰিছে বিজ্ঞানীসকলে। দৰাচলতে বিশ্বৰ পৰা এতিয়াও নাইকিয়া হোৱা নাই ক’ৰনাৰ প্ৰভাৱ৷ যেতিয়াই
Read More...

ক’ভিডৰ পিছত বহু মহিলাৰ যৌন ইচ্ছা কমি গৈছে, কেনেকৈ ঘূৰাই আনিব এই ইচ্ছা…

ক'ভিড ১৯ মহামাৰীৰ আৰম্ভণি বহু আগতেই হৈছিল যদিও ইয়াৰ প্ৰভাৱ আজিও দেখা পোৱা যায়, বিশেষকৈ মহিলাৰ অন্তৰংগ আকাংক্ষা যথেষ্ট হ্ৰাস পাইছে। পৃথিৱীখন স্তব্ধ হৈ পৰিছিল, যাৰ বাবে আমি সকলো লকডাউনৰ বাবে ঘৰতে আবদ্ধ হৈ আছিলো।ক'ভিডৰ বাবে বহু লোকে প্ৰাণ
Read More...

ৰাজধানী চহৰ দিল্লীত চিনাক্ত হ’ল কোভিডৰ নতুন প্ৰজাতি জে এন ১ত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী…

দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ নতুন উপ-প্ৰকাৰ জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। দেশত এতিয়া প্ৰায় ৫০০০ লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে উদ্বেগ বাঢ়ি আহিছে। দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ’না
Read More...

দেশত পুনৰ কোভিডৰ সংহাৰী ৰূপ ধাৰণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৪১৭০ ৰ ঘৰ, ২৪ ঘণ্টাত তিনিজনৰ মৃত্যু…

শীতৰ লগে লগে দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিডে। কোভিডৰ নতুন প্ৰজাতি জেএন.১ত এতিয়ালৈকে কেইবাজনো লোক আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত মুঠ ১১৬ গৰাকী লোক কোভিডত সংক্ৰমিত হৈছে। এই সময়ছোৱাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ তিনিজন লোকৰ
Read More...

২৪ ঘন্টাত ক’ৰণাত ৩ জনৰ মৃত্যু, ৪১২ জন নতুনকৈ আক্ৰান্ত, সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে…

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ২৪ ঘন্টাত দেশত নতুনকৈ ১১৮ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ৪১৭০ লৈ বৃদ্ধি পাইছে। আনহাতে ২৪ ঘন্টাত ২৯৩ জন ৰোগী সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘন্টাত
Read More...

কভিডৰ বাবে পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বন্ধ হ’ব নেকি…

দেশ তথা বিশ্বত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কভিড-১৯ত আক্ৰান্তৰ সংখ্যা। এই কথা দেখি ক্ৰিকেট অনুৰাগীৰ মনত এক প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ প্ৰভাৱ ক্ৰিকেটতো পৰিব নেকি? যোৱা কেইসপ্তাহমানৰ পৰা দেশৰ লগতে বিশ্বত ইয়াৰ বিধ্বংসী ৰূপ বাঢ়িছে। বিশ্ব
Read More...

কোভিডকলৈ নতুন গৱেষণাঃ কোভিড আক্ৰান্তই হেৰুৱাব পাৰে কণ্ঠস্বৰ…

কোভিডে মানৱ দেহৰ বিভিন্ন অংগৰ ক্ষতিসাধন কৰাৰ লগতে কোভিড আক্ৰান্ত জনৰ কণ্ঠস্বৰ চিৰদিনৰ বাবে হেৰাই যাবও পাৰে। শেহতীয়া এক ঘটনা আৰু গৱেষণাই সেই কথাই প্ৰমাণ কৰিছে। কৰোনাৰ জেএন.১ ভাইৰাছৰ নতুন প্ৰকাৰটোৱে কেৱল চীন-ছিংগাপুৰতে নহয় ভাৰতৰো বহু ঠাইত
Read More...

জে এন ১ প্ৰজাতিকলৈ শংকা বৃদ্ধি, কিন্তু পুনৰ ল’ব নালাগে কোভিড ভেকছিন; জনালে কোভিড-১৯ পেনেলৰ…

শীতৰ আগমণৰ লগে লগে দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ নতুন উপ-প্ৰকাৰ জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ১০০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে উদ্বেগ বাঢ়ি আহিছে। প্ৰশ্ন উত্থাপিত
Read More...

নৱবৰ্ষৰ আনন্দ পানী কৰিব নেকি কোভিডে! দেশত ২,৬৬৯ টা সক্ৰিয় ঘটনা, কৰ্ণাটকত প্ৰথমগৰাকী লোকৰ…

নৱবৰ্ষৰ আনন্দ পানী কৰিব নেকি কোভিডে! বছৰৰ শেষত কোভিডৰ জেএন.১ প্ৰজাতিয়ে দেশত নতুনকৈ ত্ৰাসৰ সৃষ্টি কৰিছে। খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পূৰ্বে ভাৰতত দৈনিক কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে। যোৱা দুদিনত জিনোম অনুক্ৰম পৰীক্ষাই তিনিখন ৰাজ্যত
Read More...