Breaking

Browsing Tag

Finance Minister Nirmala Sitharaman

দেশৰ বিত্তমন্ত্ৰীৰ ভোটত যুঁজিবলৈ টকা নাই! লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে সীতাৰমণে…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে জে পি নাড্ডাই তেওঁক অন্ধ্ৰ প্ৰদেশ বা তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিলে। লোকসভা নিৰ্বাচনত যুঁজিবলৈ তেওঁৰ হাতত প্ৰয়োজনীয় ধন নাই
Read More...

ৰাম মন্দিৰ আৰু ৰাম লাল্লাৰ স্মাৰক মুদ্ৰা মুকলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ…

বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাম লাল্লা আৰু অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰৰ থিম আধাৰিত মুদ্ৰাকে ধৰি তিনিটা স্মাৰক মুদ্ৰা মুকলি কৰে। চৰকাৰী
Read More...

২০২৪-২৫ চনৰ বাজেটৰ মূল দিশসমূহ কি কি…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত ষষ্ঠখন বাজেট দাখিল কৰে। এইখন আছিল চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তীকালীন বাজেট। ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেটত যুৱ আৰু মহিলা সবলীকৰণৰ ওপৰত
Read More...

দেশবাসীক ৰাম-ৰাম বুলি সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ৰাম-ৰাম বুলি সম্বোধন কৰে। আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ইয়াৰ লগতে তেওঁ অৱগত কৰে যে চৰকাৰে ১ ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়,
Read More...

আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গোটৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে…

আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গোটৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে...।বৰ্তমান আমেৰিকা ভ্ৰমণত আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। আমেৰিকাত আই এম এফ আৰু বিশ্ব বেংককে ধৰি বিভিন্ন সংগঠনৰ কাৰ্যসূচীত অংশ লৈছে মন্ত্ৰী গৰাকীয়ে।
Read More...

কোনো ৰাজ্যকে দিয়া নহয় বিশেষ ৰাজ্যৰ মৰ্যাদা- ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

ওৰিশা আৰু বিহাৰৰ দৰে ৰাজ্যসমূহে বিশেষ ৰাজ্যৰ মৰ্যাদা দা কৰি অহাৰ সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰই কোনো ৰাজ্যৰ বাবে "বিশেষ শ্ৰেণীৰ মৰ্যাদা"ৰ কথা নতুনকৈ বিবেচনা নকৰে। ফলত বিহাৰ, ওৰিশাৰ
Read More...

লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

২০২৩ বৰ্ষত দেশত অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব ৬.৫ শতাংশ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰে ২০২৩ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। পূৰ্বে অনুমান কৰাৰ দৰেই অৰ্থনৈতিক সমীক্ষাত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ কিছু নিম্নগামী
Read More...