Breaking

Browsing Tag

floods

পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতিঃ ৬৩ৰো অধিক লোক নিহত…

ডুবাই, ওমানৰ পাছত এইবাৰ পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতি। এই বিধ্বংসী বানত ৬৩ ৰো অধিক লোক নিহত। বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছে। চাৰি দিন ধৰি পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতে লৈছে ভয়ংকৰ ৰূপ।
Read More...

বানপানী, বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু; ২৫০ৰো অধিক জীৱ-জন্তুৰ মৃত্যু…

আফগানিস্তান আৰু পাকিস্তানত বানপানী, বজ্ৰপাতৰ ফলত ৫৭ জন লোকৰ মৃত্যু; ২৫০ৰো অধিক জীৱ-জন্তুৰ মৃত্যু হয়। প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত
Read More...

দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ ফলত ৪৭ জন লোকৰ মৃত্যু, ৩ জন নিৰুদ্দেশ। জাৰি কৰা হৈছে সতৰ্কবাণী…

দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ ফলত ৪৭ জন লোকৰ মৃত্যু, ৩ জন নিৰুদ্দেশ। জাৰি কৰা হৈছে সতৰ্কবাণী।দক্ষিণ কোৰিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে ভূমিস্খলন আৰু বানপানীৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই পৰ্যন্ত মুঠ ৪৭ জন লোকৰ মৃত্যু হৈছে। আনহাতে
Read More...

বানপানীৰ বাবে কামৰূপ জিলাৰ কেইবাঠাইত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে…

🛑বানপানীৰ বাবে কামৰূপ জিলাৰ কেবাঠাইত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে । 🛑চটমা বাথান,চমুখা বজাৰ,মধুকুচি ,বৰলেচাকোনা আৰু খোপনিকুচি গাঁওত জাৰি কৰা হৈছে 144 ধাৰা ।
Read More...

পাগলাদিয়া বৰলীয়া, মটঙা বৰনদীৰ বাঢ়নী পানীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে…

তামুলপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা পাগলাদিয়া বৰলীয়া, মটঙা বৰনদীৰ বাঢ়নী পানীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে৷ কালিৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত দুয়োপাৰে পানীয়ে উপচি পৰিছে।
Read More...

আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাওঁ; প্লাৱিত ন ন…

পুনৰ আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক ৰাজহ গাওঁ। আই নৈৰ পানীত কাহিবাৰী, সাজাল-পাৰা, ভাণ্ডাৰা, ২নং বাশবাৰী,
Read More...

ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত গহপুৰৰ দক্ষিনাঞ্চল…

গহপুৰৰ দক্ষিনাঞ্চল ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈ পৰিছে। বৰতামুলী,পাকেন,লকচাকে ধৰি কুৰিৰো অধিক গাঁও বানপানীৰ কবলত। গহপুৰৰ বিভিন্ন প্ৰান্তত পশু ধন সমূহ ভুগিছে খাদ্যৰ সমস্যাত।
Read More...

বাংগালুৰুত বানৰ মাজত চলিল প্ৰশাসনৰ বুলডোজাৰ…

তথ্য প্ৰযুক্তিৰ ৰাজধানী চহৰ বাংগালুৰুত হোৱা কৃত্ৰিম বানে চহৰ খনত বাস কৰা জনতাক জ্বলা-কলা খুওৱাৰ লগতে বানৰ ফলত শ শ কোটি টকাৰ লোকচান হৈছে। চহৰ খনৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে কৰ্ণাটকৰ বাসৱৰাজ বোম্মাইৰ চৰকাৰে 'সকলো অবৈধ নিৰ্মাণ' ভাঙি
Read More...

আজি বাইহাটাত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে গ্ৰামীণ চাহাৰা বেচৰকাৰী সংস্থাই

আজি বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত ছয়গাওস্থিত আজিম প্ৰেমজী ফিল্লানথফিকৰ সহযোগত গ্ৰামীণ চাহাৰা বেচৰকাৰী সংস্থাৰ উদ্যোগত বাইহাটা আৰু মদাৰতলা গাও পঞ্চায়তৰ অধীনৰ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।
Read More...