Breaking

Browsing Tag

juice

ব্ৰেকফাষ্টৰ সৈতে থলুৱা ফল হ’ল চেপেটাৰ শ্বেক হিচাপে তৈয়াৰ কৰি খাওঁক আৰু সৌন্দৰ্য বৃদ্ধি কৰক…

অসমৰ বিভিন্ন প্ৰান্তত অতিকে সহজলভ্য এবিধ থলুৱা ফল হ’ল চেপেটা । এই চেপেটা ফলবিধ বিভিন্ন গুণাগুণেৰে ভৰপূৰ । ইয়াত ভিটামিন এ, ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টৰ গুণাগুণ ভৰপুৰ মাত্ৰাত পোৱা যায় । পুৱাৰ ভাগত ব্ৰেকফাষ্টৰ সৈতে এই ফল শ্বেক হিচাপে
Read More...

দেহৰ অতিৰিক্ত চৰ্বি কমবালৈ পিয়ক প্ৰাকৃতিক সমলেৰে প্ৰস্তুত কৰা জুচ…

ধনিয়াৰ পাত, নেমুটেঙা আৰু অলপমান আদা। প্ৰথমে ধনিয়াৰ পাতখিনি ভালদৰে ধুই ল’ব। এক গিলাচ জুচ  প্ৰস্তুত হোৱাকৈ ধনিয়াৰ পৰিমাণ নিৰ্ভৰ কৰিব। ইয়াৰ সৈতে সামান্য এটুকুৰা আদা মিক্সিত পিচি ল’ব। পিচত এই মিশ্ৰণটোত আধা পৰিমাণে নেমুৰ ৰস মিহলাব আপোনাৰ
Read More...