Breaking

Browsing Tag

killed

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী…

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত হয়। সাগৰত তীব্ৰ ঢৌ থকা বাবে এই যাত্ৰা নিষিদ্ধ আছিল যদিও যাত্ৰীসকলে একপ্ৰকাৰ মৰসাহ কৰিয়েই যাত্ৰা কৰে।
Read More...

আফগানিস্তানৰ প্ৰাক্তন সাংসদ মুৰ্ছাল নাবিজাদা গৃহ আক্ৰমণত নিহত…

কাবুলঃ দেওবাৰে কাবুলৰ  আফগানৰ প্ৰাক্তন সাংসদ মুৰ্ছাল নাবিজাজাক আৰু তেওঁৰ দেহৰক্ষীক গুলীয়াই হত্যা কৰা হয়। কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদ্ৰানে জনোৱা মতে, এই আক্ৰমণত তেওঁৰ ভাতৃ আৰু দ্বিতীয়জন নিৰাপত্তাৰক্ষীও আহত হয়।
Read More...

বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত…

লোকচক্ষুৰ সমুখত ৰাজহুৱা বজাৰতে এগৰাকী মহিলাক বৰ্বৰোচিত আক্ৰমণ কৰি চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি হত্যা কৰিছে এক দুৰ্বৃত্তই। শনিবাৰে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰাপাইণ্টী বজাৰত।
Read More...

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক…

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ
Read More...

মেক্সিক’ৰ চহৰত গুলীচালনাত নিহত মেয়ৰ, আৰক্ষী বিষয়াৰ লগতে বহুকেইজন…

শেহতীয়া খবৰ অনুসৰি, দক্ষিণ-পশ্চিম মেক্সিকোৰ গুৱেৰেৰো ৰাজ্যৰ ছান মিগুৱেল টটোলাপান টাউন হলত বন্দুকধাৰীয়ে আক্ৰমণ চলাই মেয়ৰ কনৰাডো মেণ্ডোজা আলমেডাকে ধৰি কমেও ১৮ জন লোকক হত্যা কৰে।
Read More...

গাঁতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ….

তামাৰহাটত ঠিকাদাৰে খন্দা গাতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ । ঘটনাক গাপ দিবলৈ উঠি পৰি লাগিছে এটা দালাল চক্ৰই ।স্বয়ম্ভূ ঠিকাদাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে প্ৰাণ গল এটি চাৰি বছৰীয়া শিশুৰ । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত
Read More...

যৌতুকৰ বাবে হত্যা ৩০ বছৰীয়া মহিলাক

হাৰিয়ানাত, কৰ্ণাল জিলাৰ চান্দচামান্দ গাঁৱৰ এগৰাকী ছোৱালীক যৌতুক নিৰ্যাতনৰ বাবে হত্যা কৰা হৈছে। ঘটনাটো পুনেত সংঘটিত হৈছিল। ৩০ বছৰীয়া অঞ্জলীৰ দেউতাকৰ অভিযোগৰ ভিত্তিত ইন্দ্ৰি আৰক্ষী থানাই মৃতকৰ স্বামী অংকিত আৰু তেওঁৰ পৰিয়ালৰ আন তিনিজন
Read More...

প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক

ছয়গাঁৱৰ বালাগাঁও চৰত চাঞ্চল্যকৰ ঘটনা৷ প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক ৷২ মাৰ্চত নিৰুদ্দেশ হৈছিল বালাগাঁও চৰৰ আশ্ৰৱ আলীৰ নাবালিকা কন্যা সন্তান আছমিনা খাতুনে ৷ উক্ত নাবালিকাই প্ৰেমৰ জালত পৰিছিল একে গাঁৱৰে ৰহিজ দেৱানীৰ পুত্ৰ
Read More...