Breaking

Browsing Tag

local news

ৰঙালী বিহুৰ উছাহৰ মাজতে মৰিয়নিৰ নকছাৰিৰ নাগিনীজন চাহ বাগিচাত উত্তাল প্ৰতিবাদ…

অসমৰ বাপুতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিনাই মৰিয়নীৰ নাগিনিজান চাহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। বাগিচা খনৰ শ্ৰমিকে লাভ কৰা নাই বিগত দুটা পষেকৰ দৰমহা।
Read More...

বিহুৰ আনন্দৰ মাজতে এটা পৰিয়াললৈ নামি আহিল অমানিশা! পুত্ৰ, ভতিজাৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি…

তিতাবৰ খাৰখোৱা গাঁৱৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচ কিপিং নামৰ এটা কোম্পানীত আৰু পাপু গগৈ নামৰ  যুৱকজন গোৱাৰ পেৰাগ্ৰীণ চিকিউৰিটিৰ চিপলা নামৰ কোম্পানীত কৰ্মৰত আছিল। ব'হাগৰ প্ৰথম দিনাই অচ্যুত ৰঞ্জন গগৈ (২০) আৰু তেওঁৰ বৰদেউতাকৰ পুত্ৰ তথা জ্যেষ্ঠ
Read More...

বিহুৰ পুৱাই ব্ৰহ্মপুত্ৰ অঞ্চলত গঁড়ৰ সন্ত্ৰাস, গঁড়ৰ আক্ৰমণত আহত হাঁহচৰাৰ লাটু দাস…

এফালে ৰাজ্যবাসী অসমীয়াৰ বাপতিসাহোন ৰাঙালী বিহুক আদৰাত ব্যস্ত অন্য হাতে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক পুৱাৰে পৰা গঁড় খেদাত ব্যস্ত হৈ পৰিছে। গৰু বিহুৰ পুৱাই এটা প্ৰকাণ্ড গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে ব্ৰহ্মপুত্ৰ
Read More...

ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা, আহত এজন…

ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে-নিশাই বন্যহস্তীৰ উপদ্ৰৱ সমস্যা সমাধানত ব্যৰ্থ বনবিভাগ। ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলাৰ আনহাতে আহত এগৰাকী। ভেৰগাঁৱৰ ভূটিয়াচাংত পুৱতি নিশা নিজ ঘৰতেই গছকি নিহত কৰে
Read More...

সোণাপুৰ আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি গেং…

সোণাপুৰ আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি গেং। সোণাপুৰৰ বিভিন্ন ঠাইত চুৰি হোৱা ৫ খন বাইক উদ্ধাৰ কৰাৰ লগতে মহিলাসহ চাৰি বাইক চোৰক গ্ৰেপ্তাৰ। আটাইকেইখন বিলাসী বাইক মেঘালয়ৰ নংপো অঞ্চলৰ পৰা উদ্ধাৰ কৰে সোণাপুৰ আৰক্ষীয়ে।
Read More...

গৰুৰ বিহুৰ দিনা আমৰলি টোপ খোৱাৰ আছে পৰম্পৰা…

সমগ্ৰ ৰাজ্যৰ লগতে গোগামুখতো উলহ-মালহেৰে পালন কৰা হয় গৰু বিহু। পুৱাতে চাগমাৰি বনাই, মাহ হালধিৰে গৰু নোৱাই ধুৱাই, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা বচনে বছৰটোলৈ গোধনৰ সুমঙ্গল কামনা কৰে।
Read More...

শিমলীতোলাত আৰক্ষী চকীত বাইক মেলা, আৰক্ষীৰ তৎপৰতাত ঈদৰ দিনাই জব্দ ৫৭ খনকৈ বাইক…

ঈদৰ দিনটোতেই যান-বাহন আইন উলংঘা কৰি আৰক্ষীৰ ৰোষত পৰিল একাংশ উদণ্ড বাইক চালক। আজি ঈদৰ দিনাই একাংশ উদণ্ড বাহন চালক, বিশেষকৈ বাইক চালকক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যেৰে গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীয়ে বিশেষ তালাচী চলায় আৰু মুঠ ৫৭ খনকৈ বাইক জব্দ কৰিবলৈ
Read More...

শ্বহীদৰ হত্যাকাৰীক জাহাজত উঠাই ল’লে জাহাজ ফুটিবইঃ লুৰীণজ্যোতি গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ দুলীয়াজানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাতৰ ন খঙীয়া খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি
Read More...

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৫ সংখ্যক বেলতলা ব’হাগী উৎসৱ

'গুৱাহাটী, ১১ এপ্রিল: বেলতলা ব'হাগী উৎসব সমিতিয়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো ১৯, ২০ আৰু ২১ এপ্রিলত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত ৪৫ সংখ্যক ব'হাগী উৎসৱৰ বিশাল আয়োজন কৰিছে। বিহু উদযাপনৰ লগতে বেলতলা ব'হাগী
Read More...

সৰুপথাৰত কোনো বিৰোধী নাই, সৰুপথাৰত বিৰোধীৰ কোনো পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

সৰুপথাৰত কোনো বিৰোধী নাই, সৰুপথাৰত বিৰোধীৰ কোনো পৰিৱেশেই নাই। ইয়াত চাৰিও ফালে কেৱল পদুমেই ফুলিছে। - এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি সৰুপথাৰ টাউনত উলিওৱা বিশাল ৰোডশ্বত অংশগ্ৰহণৰ অন্তত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে
Read More...