Breaking

Browsing Tag

Minister Bimal Bora

‘নাটু নাটু’ খ্যাত অ’স্কাৰ জয়ী ৰাহুল চিপ্লিগুঞ্জৰ সৈতে সাংস্কৃতিক মন্ত্রী বিমল…

২০২২বৰ্ষত মুক্তি লাভ কৰা ব্লক বাষ্টাৰ চলচ্চিত্র 'আৰ আৰ আৰ'ৰ অ'স্কাৰ বিজয়ী 'নাটু নাটু' শীর্ষক গীতৰ পাৰ্শ্বগায়কদ্বয় ৰাহুল চিপ্লিগুঞ্জ আৰু কালা ভৈৰৱৰ ৰাহুল চিপ্লিগুঞ্জে শুকুৰবাৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াক অসম
Read More...

উদ্যোগ বিভাগৰ দিনজোৰা পৰ্যালোচনা সভা

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ এখন দিনজোৰা পৰ্যালোচনা সভা বৃহস্পতিবাৰে গুৱাহাটী খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
Read More...

“বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত…

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এশবছৰৰ পূৰ্বে উৰিষ্যাৰ মহানদীৰ পাৰৰ মনোৰম পৰিবেশত প্ৰায় ২০ বছৰ ধৰি বসবাস কৰা বাসগৃহটি আজি অসমীয়াৰ বাবে এক তীৰ্থ স্থানত পৰিণত হৈছে - উৰিষ্যাৰ সম্বলপুৰস্থিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ সন্মুখত
Read More...

শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বিপেন বৰুৱাক মুখ্যমন্ত্রীৰ সাহায্য পূজিৰ চেক প্ৰদান মন্ত্রী বিমল…

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই সোমবাৰে শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বিপেন বৰুৱাৰ স্থানীয় লতাশিলৰ বাসগৃহত উপস্থিত হৈ শিল্পী দুগৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু দুয়ো গৰাকী শিল্পীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই
Read More...

“প্ৰকৃতিৰ সৈতে চাওঁতাল সকলৰ আছে অনন্য সম্পর্ক” -হুল দিৱসত সাংস্কৃতিক মন্ত্রী বিমল বড়া

"প্ৰকৃতিৰ সৈতে চাওঁতাল সকলৰ আছে এক অনন্য সম্পর্ক, এই কথা তেওঁলোকৰ অংগ বস্ত্ৰৰ ৰং, নৃত্যত ব্যৱহাৰ কৰা সামগ্রী আদিত পৰিস্ফূত" মহানগৰীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অসম চাওঁতাল ছাত্র সন্থাৰ উদ্যোগত আৰু ৰাজ্য
Read More...

অসমৰ উদ্যোগিক প্ৰগতিৰ আন এক ঐতিহাসিক মুহূৰ্ত; অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত বুজাবুজিৰ…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপুৰ্তি উপলক্ষে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত এক বুজাবুজিৰ চুক্তি
Read More...

‘খাদ্য আৰু পৰম্পৰাৰ সম্পর্ক অংগাংগী’-উদ্যোগ মন্ত্রী বিমল বড়া

'খাদ্য আৰু পৰম্পৰাৰ সম্পর্ক অংগাংগী' ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি বেতকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত নৰ্থ ইষ্ট ফুড ফেষ্ট শীর্ষক খাদ্য আৰু খাদ্য সংসাধন্ প্ৰযুক্তিৰ প্ৰদৰ্শনীখনৰ উদ্বোধনী
Read More...

ঘোষণা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

অসমৰ চলচ্চিত্র জগতৰ সৈতে জড়িত শিল্পী-কলাকুশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান আয়োজন কৰি আহিছে। বিগত দুটা বছৰত কভিডৰ বাবে এই মহোৎসৱ আয়োজন কৰাত বিঘ্নিত হয়।
Read More...

ৰাজ্যিক চলচ্চিত্র বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰূপকোঁৱৰ
Read More...

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী বিমল বৰা…

ডিব্ৰুগড়ৰ ঐতিহ্যময় শিক্ষাকেন্দ্ৰ টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে দেখা গল ৰণোজ পেগুক । মহাবিদ্যালয়খনে অসমৰ
Read More...