আপৰ সাংসদ ৰাঘৱ চাদ্ধা গুৰুতৰ চকুৰ ৰোগত আক্ৰান্ত, চিকিৎসাত পলম হ’লে অন্ধ হোৱাৰ সম্ভাৱনা…
আপ দলৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধা চকুৰ গুৰুতৰ ৰোগৰ সন্মুখীন হৈছে। অস্ত্ৰোপচাৰৰ বাবেও ব্ৰিটেইনলৈ গৈ আছে। এই ৰোগৰ বিষয়ে আপুনিও বিতংভাৱে জানি লওক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ৰোগৰ চিকিৎসাৰ বাবে তেওঁৰ ভিট্ৰেক্টমী অস্ত্ৰোপচাৰ কৰিব লাগিব।!-->…
Read More...
Read More...