Breaking

Browsing Tag

sports

বাটলাৰৰ শতকক লৈ আচৰিত নহয়, আনন্দিত শ্বেন বণ্ড! অপৰাজেয় ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ শীৰ্ষত…

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত যোৱানিশা আৰ চি বিৰ বিৰুদ্ধে মেচ বিজয়ী শতকৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৪ ছিজনত ৰাজস্থান ৰয়েলছৰ তাৰকা বেটাৰ জ’ছ বাটলাৰে চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰিছে৷ উল্লেখ্য যে ৰোমাঞ্চকৰ মেচখনত অপৰাজিত শতকটো সংগ্ৰহ কৰাৰ পূৰ্বে
Read More...

ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ ভলীবল প্ৰতিযোগিতা সম্পন্ন; বক্সিঙ প্ৰশিক্ষক অমৰ ডেকাক…

৬ এপ্ৰিলত ৰাজ্যৰ ক্ৰীড়া সাংবাদিক সকলৰ লগতে সমগ্ৰ ক্ৰীড়া জীৱনৰ কল্যাণ সাধনৰ কাৰণে গঠন কৰা ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জজ খেল পথাৰস্থিতত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত সন্থাৰ চতুৰ্দশ বাৰ্ষিক
Read More...

শ্বাহৰুখ খানে কিয় নাৰাখিলে শুভমানক কলকাতা নাইট ৰাইডাৰ্ছত! ক’লে সকলো কথা শুভমানে…

শুবমান গিলে এসময়ত কলকাতা নাইট ৰাইডাৰ্ছত শক্তিৰে খেলিছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কেকেআৰ এৰি যোৱাৰ বিষয়টোৰ সন্দৰ্ভত ক'লে বহু কথা। ২০১৮ চনৰ পৰা ২০২১ চনলৈ চাৰি বছৰ কেকেআৰত আছিল শুভমান। ভাৰতীয় ক্ৰিকেটে তাৰ পৰাই শুভমানক চিনি পাই। হঠাৎ
Read More...

বি ডব্লিউ এফ থমাছ-উবেৰ কাপৰ দল ঘোষণা ! ভাৰতীয় দলত দুই অসম কন্যা অস্মিতা-ঈশাৰাণী…

অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে৷ উল্লেখ্য যে প্ৰায় তিনি দশকৰ বিৰতিৰ পাছত উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে অসম শ্বাটলাৰে৷
Read More...

পুনৰ ২৪ লাখ টকাৰ জৰিমনা ঘোষণা ঋষভ পণ্টৰ বিৰুদ্ধে…

পুনৰ জৰিমনাৰ সন্মুখীন ঋষভ পণ্ট। DC vs KKR মেচত শ্ল' অভাৰ ৰেটৰ বাবে ২৪ লাখ টকাৰ জৰিমনা ঘোষণা দিল্লী কেপিটেলছৰ স্কীপাৰ ঋষভ পণ্টৰ বিৰুদ্ধে।
Read More...

গুৱাহাটীৰ চিটী এফচিৰ এএফচি চি ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ…

গুৱাহাটী চিটী এফচি (জিচিএফচি)য়ে আয়োজন কৰা এএফচি ডিপ্ল’মা পাঠ্যক্ৰম আজিৰেপৰা সোণাপুৰ ষ্টেডিয়ামত আৰম্ভ হৈছে । সোণাপুৰ ক্ৰীড়া সন্থা আৰু ডিবিআই, সোণাপুৰৰ সহযোগত হোৱা এই পাঠ্যক্ৰমত উত্তৰ পূবৰ ২৪গৰাকী প্ৰশিক্ষকে অংশ লৈছে ৷
Read More...

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসম দলৰ চমক, প্ৰথমদিনটোত দুটা সোণসহ পাঁচটা পদক লাভ…

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত চলি থকা ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে অসমে দুটা সোণসহ মুঠ পাঁচটা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সাধাৰণ সম্পাদক তথা আন্তৰ্জাতিক পৰ্যায়ৰ সাঁতোৰ প্ৰশিক্ষক
Read More...