Breaking

Browsing Tag

worldcup

দেওবাৰে বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব ভাৰত অষ্ট্ৰেলিয়া…

বিশ্বকাপৰ ফাইনেলঃ বিশ্বকাপলৈ মাত্ৰ এখোজ বাকী, টিম ইণ্ডিয়া আৰু বিশ্বকাপৰ মাজত মাত্ৰ এটা দল থিয় হৈ আছে, সেয়া হ’ল অষ্ট্ৰেলিয়া, ৫ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া। কালি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয় লাভ। দেওবাৰে বিশ্বকাপৰ
Read More...

১৫ নৱেম্বৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ছেমি ফাইনেল…

মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ৰ প্ৰথমখন ছেমি ফাইনেল খেল। বুধবাৰে অনুষ্ঠিত হ’বলগীয়া এই মেচত সকলোৰে দৃষ্টি কোহলীৰ ওপৰত থাকিব। বিশ্বকাপত ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে
Read More...

৪ জন খেলুৱৈ যিয়ে ক্ৰিকেট বিশ্বকাপ ২০১৫ চনত ইংলেণ্ডৰ হৈ খেলিছিল আৰু ২০২৩ চনতো খেলিব…

২০১৫ চনৰ বিশ্বকাপৰ হতাশাই ইংলেণ্ডৰ বাবে এক নতুন বিপ্লৱৰ সূচনা কৰিছিল। ২০১৯ চনৰ বিশ্বকাপত জয়লাভ কৰি বৰ্তমানৰ অন্যতম প্ৰভাৱশালী দল। দলটোৱে এতিয়া ইতিবাচক ক্ৰিকেট খেলে আৰু এই কৌশল আন বহু দলেও গ্ৰহণ কৰিছে। ২০২৩ চনৰ বিশ্বকাপৰ বাবে ইংলেণ্ড
Read More...

কোৱাৰ্টাৰত নেডাৰলেণ্ডৰ মুখামুখি হ’ব আৰ্জেণ্টিনা…

কাটাৰ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ প্ৰথম দিনা কোনো অঘটন নঘটিল। আশা কৰা মতেই নেডাৰলেণ্ড আৰু আৰ্জেণ্টিনাই তেওঁলোকৰ মেচত জয়লাভ কৰিছে। বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডৰ প্ৰথমখন খেলত লুই ভান হালৰ নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাস্ত কৰে। তেওঁলোকে ৩-১
Read More...

নেডাৰলেণ্ডৰ হাতত হাৰি বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ ! ছেমি ফাইনেলত প্ৰৱেশ ভাৰত…

টী-২০ বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত আন্তৰ্জাতিক ক্ৰিকেটত শিশু হিচাপে পৰিচিত নেদাৰলেণ্ডৰ হাতত পৰাজিত হ’ল শক্তিশালী দক্ষিণ আফ্ৰিকা। গ্ৰুপ পৰ্যায়ত তেওঁলোকৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকা নেডাৰলেণ্ডৰ হাতত ১৩ ৰাণত পৰাজিত হয়। ফলস্বৰূপে,
Read More...

আইচিচি টি-২০ বিশ্বকাপত ১৬জন অধিনায়কে একেলগে চেল্ফি লোৱা ফটো সামাজিক মাধ্যমত ভাইৰেল…

আইচিচিয়ে টি-২০ বিশ্বকাপ ২০২২ আৰম্ভ হোৱাৰ ঠিক আগতে দুখন ফটো শ্বেয়াৰ কৰিছে। সকলো ১৬ টা দলৰ অধিনায়কসকলক একেলগে দেখা যায়। টি-২০ বিশ্বকাপ আৰম্ভ হ'বলৈ মাত্ৰ এটা দিন বাকী আছে। প্ৰথম (যোগ্যতা অৰ্জনকাৰী) ৰাউণ্ড মেচবোৰ অক্টোবৰৰ 16 তাৰিখৰ পৰা
Read More...

নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত টিম ইণ্ডিয়াৰ চূড়ান্ত বেটিং ব্যৰ্থতা

টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউজিলেণ্ডৰ হাতটো পৰাস্ত হ’ল ভাৰত । ছেমি ফাইনেলৰ আশাত প্ৰায় চেচাঁপানী পৰিল কোহলী বাহিনীৰ। দেওবাৰে টচত জিকি নিউজিলেণ্ডে লৈছিল প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত । মেচখনৰ বাবে ভাৰতে কিছু
Read More...