No menu items!

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মাঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

অসমীয়া এতিয়া ধ্ৰুপদী ভাষা, ই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন। ভুল তথ্য আৰু প্ৰতিক্ৰিয়াশীলতাই জাতিৰ প্ৰভূত ক্ষতি কৰে, সকিয়ালে উপ-ৰাষ্ট্ৰপতিয়ে। আনহাতে সম্পাদকীয় পৃষ্ঠাই গণতন্ত্ৰৰ চকীদাৰ হিচাপে কাম কৰিব লাগিব বুলি কয় উপ-ৰাষ্ট্ৰপতি ধনখৰে।(Northeast Declared Heart And Soul Of Bharat)

External Affairs Minister Jaishankar: এছ চি অ’ ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ

(External Affairs Minister Jaishankar) বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিদেশ মন্ত্ৰী জয়শংকৰে ১৫ আৰু ১৬ অক্টোবৰত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনৰ বাবে পাকিস্তানলৈ যাবলগীয়া এটা প্রতিনিধি দলৰ নেতৃত্ব দিব।

mount kailash: চীনলৈ যোৱাৰ প্ৰয়োজন নাই, ভাৰতৰ পৰাই ভগৱান শিৱৰ বাসস্থান মাউণ্ট কৈলাশ কৰিব পাৰিব দৰ্শন

ভাৰতৰ ভিতৰত ধৰ্মীয় ভ্ৰমণ গ্ৰহণ কৰিবলৈ ভক্তসকলক সুবিধা প্ৰদান কৰি ‘ভাৰতীয় মাটিৰ পৰা মাউণ্ট কৈলাশ দৰ্শন’ তীৰ্থযাত্ৰা আৰম্ভ কৰিছে উত্তৰাখণ্ডই। (mount kailash)

Missile Strike on Israel: ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক বৈধ ঘোষণা খোমেইনীৰ

ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে তেহৰাণৰ গ্ৰেণ্ড মোছাল্লা মছজিদত ইজৰাইলে চলোৱা আক্ৰমণক গৰিহণা দি কয় ইজৰাইল ‘বেছি দিন নাথাকিব’। লাখ লাখ সমৰ্থকৰ আগত খোমেইনীয়ে বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জুম্মাৰ নামাজৰ নেতৃত্ব দিয়ে। ইৰাণে ইজৰাইলত ১৮০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এয়াই তেওঁৰ প্ৰথম ৰাজহুৱা উপস্থিতি আছিল(Missile Strike on Israel)।

Toilet: বিপদত পৰিব! আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি?

আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি? কিয়নো এতিয়া আপুনি শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ দিব লাগিব।(Toilet)

Popular