ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত

নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই

পুনৰ বিবাহপাশত আবদ্ধ হ'ল জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।জ্যেষ্ঠ সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ হয় মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ।

হৰমুজ প্ৰণালীত ভাৰতীয় থকা জাহাজত আক্ৰমণ…

পনামাৰ পতাকাবাহী তেল পৰিবাহী জাহাজ MT Lewis 1-ত লিম্পেট মাইনৰ সহায়ত আক্ৰমণ।এই আক্ৰমণক গৰিহণা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ।

কালঘূৰ্ণী অৰ্ণৱৰ ভয়ংকৰ ৰূপঃ সমুদ্ৰত দেখিবলৈ পোৱা গৈছে বৃহৎ ঢৌ

তামিলনাডুৰ বিভিন্ন স্থানত তাণ্ডৱ। চেন্নাইৰ কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত। ওড়িশাত ধুমুহা-বৰষুণৰটো তাণ্ডৱলীলা।সমুদ্ৰত দেখিবলৈ পোৱা গৈছে বৃহৎ ঢৌ।

Popular