ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

‘আমি কৰি দেখুৱাম’—প্ৰধানমন্ত্ৰী মোদীৰ সেৱা যাত্ৰাৰ ২৫ বছৰ পূৰ্ণ, বিকশিত ভাৰতৰ বাবে নতুন সংকল্প

'আমি কৰি দেখুৱাম’—প্ৰধানমন্ত্ৰী মোদীৰ সেৱা যাত্ৰাৰ ২৫ বছৰ পূৰ্ণ, বিকশিত ভাৰতৰ বাবে নতুন সংকল্প

ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিল

ছুৰিকাঘাতত আহত হৈও ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰা স্মিট মচ্ছাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ।ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰ এজন REAL HERO বুলি প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ

আৰ্চাৰীৰ পুৰষৰ কম্পাউণ্ড দলীয় শাখাত স্বৰ্ণ পদক জয়। ছাহিল যাদৱ, কুশল দালাল, গণেশ তিৰুমৰুৰ স্বৰ্ণ পদক।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ

দুই নিৰ্বাচন আয়ুক্তক একাষৰীয়া কৰি সিদ্ধান্ত লোৱাৰ অভিযোগ আছিল জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে। ৰাকেশ কুমাৰ সিং নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল লেখ আবেদন।

মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু । Jalukbari Accident

মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

Popular