এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ

এছিয়ান গেমছৰ আৰ্চাৰীত ভাৰতৰ তৃতীয়টো স্বৰ্ণ পদক।

আৰ্চাৰীৰ পুৰষৰ কম্পাউণ্ড দলীয় শাখাত স্বৰ্ণ পদক জয়।

ছাহিল যাদৱ, কুশল দালাল, গণেশ তিৰুমৰুৰ স্বৰ্ণ পদক।

আনহাতে গেমছত শ্বুটিঙৰ ট্ৰেপ মিক্সডৰ দলীয় শাখাত স্বৰ্ণ জয় ভাৰতৰ।

কাইনান চেনাই, নীৰু ধন্দাই অৰ্জন কৰে স্বৰ্ণ পদক।

এইদৰে এছিয়ান গেমছত ইটোৰ পিছত সিটো পদক লাভ কৰিছে ভাৰতে।




















Related Articles