স্থানীয় বাৰ্তা

Japanese encephalitis: জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু ১০ বছৰীয়া জয়শ্ৰী চাংমাই

Japanese encephalitis: জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু ১০ বছৰীয়া জয়শ্ৰী চাংমাই

Koliabar press club: প্ৰত্যাহ্বান আৰু জটিলতাৰ মাজত সাংবাদিকৰ সামগ্ৰীক নিৰাপত্তাৰ আহ্বানেৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

আজিৰ দিনত প্ৰত্যাহ্বানৰ সন্মুখীন (Koliabar press club) হোৱা অন্যতম বৃত্তি হৈছে সাংবাদিকতা। এসময়ৰ সেৱা এতিয়া বৃত্তি লৈ পৰিৱৰ্তন হৈছে যদিও এই বৃত্তি কিমান সুৰক্ষিত?

Artists protest: ৰবীন্দ্ৰ ভৱনত শিল্পী সমাজৰ প্ৰতিবাদ

আজি গুৱাহাটী ৰবীন্দ্ৰ ভৱনত শিল্পী সমাজৰ একত্ৰিত প্ৰতিবাদ।(Artists protest)বিগত তিনি বছৰে বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিয়াৰ দাবী।গীতে মাতে উত্তাল ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণ।

Shishu Mahotsav in Chandmari: অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত “গুৱাহাটী শিশু মহোৎসৱ”

প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱৰ অষ্টম দিন। প্ৰতিটো শিশুৱে স্বকীয় প্ৰতিভা, স্বকীয় সম্ভাৱনা লৈ আহেঃ পাৰ্থ সাৰথি মহন্ত। শিশু-চেমনীয়াৰ মাজত কলা-সংস্কৃতিৰ কৰ্মশালা।পিতৃ-মাতৃৰ ভিন্নসুৰী অনুষ্ঠানঃ দিহানাম-বিয়ানাম, গীতে-মাতে আনন্দমুখৰ চানমাৰি বাকৰি।

Road Condition in Dhekiajuli: দলগাঁও-ঢেকিয়াজুলী সংযোগী অসম মালা পথৰ জৰাজীৰ্ণ অৱস্থা, জনসাধাৰণৰ তীব্ৰ ক্ষোভ

বৃহত্তৰ দলগাঁও, কৌপাটি, শিলবৰী, (Road Condition in Dhekiajuli) ফটাশিমুলো,বৰছলা, ভাঙামন্দিৰ আদি অঞ্চলৰ লোকসকলৰ মাজত আশা আৰু সপোনৰ সঁজুলি হৈ অহা অসম মালা পথ খন আজি হতাশাৰ প্ৰতীক হৈ পৰিছে।

Popular