স্থানীয় বাৰ্তা

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA। ১৩ জুলাই নিশা, ম্যানমাৰস্থিত আলফা (স্বা)-ৰ এক গুৰুত্বপূৰ্ণ শিবিৰত ১০০ ৰো অধিক ড্ৰ’ণ আৰু মিছাইলৰ জড়িয়তে ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। আলফা (স্বা)-ৰ দাবী অনুসৰি, এই আক্ৰমণ ভাৰতীয় সেনাই চলাইছিল। এই আক্ৰমণত সংগঠনৰ উচ্চপদস্থ নেতা লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুঘটে। তাৰ পাছতেই হোৱা আন এক মিছাইল আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হয় বুলি সংগঠনে দাবী কৰে।

Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ’ আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ

Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ' আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ

Archita Phukan: নীলা ছবিৰ নায়িকা নহয়ঃ ডিব্ৰুগড়ৰৰ এগৰাকী বোৱাৰীহে অৰ্চিতা ফুকন

বিগত কিছুদিন ধৰি (Archita Phukan) চৰ্চিত হৈ থকা এটি নাম হৈছে অৰ্চিতা ফুকন। অসমৰ যুৱতী বুলি কোৱা অৰ্চিতাকলৈ শেহতীয়াকৈ পোহৰলৈ আহিছে কেতবোৰ বিশেষ তথ্য।

মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet’s Association

মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet's Association

Popular