Breaking

Browsing Category

বানপানী

ভদীয়া বানৰ ফলত বুৰ গৈছে মায়ঙৰ বিদ্যালয়…

বৃহস্পতিবাৰে প্ৰধান শিক্ষক আৰু এজন সহকাৰী শিক্ষকে নাৱেৰে গৈ বিদ্যালয়ৰ ভিতৰৰ আচবাববোৰ টেবুলত আৰু ঘৰৰ চালত কিছু ওলোমাই থৈ আহিছে বুলি জানিবলৈ দিয়ে।
Read More...

চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি…

ৰাজ্যত পুনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানপানী। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।
Read More...

উত্তৰ প্ৰদেশৰ মীৰুটত বৰষুণৰ ফলত গংগা নদীত জাহ গ’ল দলঙৰ এটা অংশ

সোমবাৰে উত্তৰ প্ৰদেশৰ মীৰুটত হোৱা প্ৰবল বৰষুণৰ ফলত গংগা নদীৰ ওপৰত থকা এখন দলঙৰ এটা অংশ উটুৱাই লৈ যায়। ই মীৰুটৰ হস্তিনাপুৰ আৰু বিজনুক সংযোগ কৰিছিল।
Read More...

কালৰূপী বানে ৰঙিয়াৰ বিভিন্ন ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে…

কালৰূপী বানে ৰঙিয়াৰ বিভিন্ন ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে । বিশেষকৈ উদিয়ানা গাঁওত বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো ।
Read More...

ৰঙিয়াত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মিত কোটি টকীয়া মথাউৰীত বৰষুণৰ ফলত ব্যাপক খহনীয়া…

ৰঙিয়াৰ পুঠিমাৰী নৈৰ বগৰীবাৰীত নৱ নিৰ্মিত মথাউৰিত প্ৰৱল খহনীয়া । এই খহনীয়াৰ বাবে মথাউৰি ভঙাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নৈপৰীয়া ৰাইজে । প্ৰায় ৭০ শতাংশ নিৰ্মাণ কৰা মথাউৰিৰ কাম অতি নিম্ন মানৰ হোৱা বুলি ৰাইজে অভিযোগ কৰে ।
Read More...