জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি জুবিনক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী।
দিনৰ ১১ বজাত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত হ’ব প্ৰতিবাদ।
বিক্ষোভ কাৰ্যসূচীৰ বাবে আহ্বান জুবিনপত্নী গৰিমা শইকীয়া গাৰ্গৰো।
সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে দনাই যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এক শান্তিপূৰ্ণ আহ্বান .. এক সন্মিলিত কণ্ঠ হওক!জুবিনক্ষেত্ৰ দিনৰ ১১ বজাত।
শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে আহ্বান জুবিনপত্নী গৰিমা শইকীয়া গাৰ্গৰ।

