মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ।
অহা সপ্তাহত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে লেখ আবেদন দাখিল সৰ্বোচ্চ ন্যায়ালয়ত।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে ল’ব শুনানি।
দুই নিৰ্বাচন আয়ুক্তক একাষৰীয়া কৰি সিদ্ধান্ত লোৱাৰ অভিযোগ আছিল জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে।
ৰাকেশ কুমাৰ সিং নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল লেখ আবেদন।

