Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী…
সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ
জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক
Renu Dhariyal: দীঘল চুলিৰ অধিকাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ ৰেণু ধৰিয়ালে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
August 8, 2026
বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ ৰেণু ধৰিয়ালে। তেওঁৰ ক’লা চুলিৰ দৈৰ্ঘ্য ২৭১.৫০ ছেণ্টিমিটাৰ (৮ ফুট ১০ ইঞ্চি)।
মাৰ্কিন চিনেটত ৰুছ তেল নিষেধাজ্ঞা বিধেয়ক অনুমোদনঃ ১০০% শুল্কৰ তীব্ৰ ভাবুকিৰ সন্মুখীন হ’ব ভাৰত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
August 8, 2026
নতুন আইনখনৰ মূল উদ্দেশ্য হৈছে ৰাছিয়াৰ ৰাজহৰ প্ৰধান উৎস (তেল বিক্ৰী) বন্ধ কৰা, যাতে ইউক্ৰেইন যুদ্ধৰ বাবে মস্কোৱে পুঁজি লাভ কৰিব নোৱাৰে। এই বিধেয়কৰ চৰ্ত অনুসৰি, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিশ্বৰ ৫খন সৰ্ববৃহৎ দেশৰ ওপৰত আমেৰিকাই ১০০% পৰ্যন্ত শাস্তিমূলক শুল্ক আৰোপ কৰিব পাৰিব।
অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
August 6, 2026
অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি।ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ চীনৰ PLAৰ।নিয়মীয়া তহলৰ সময়তে ভাৰতীয় সেনাৰে মুখামুখি PLAৰ ৪০জনীয়া দল।
কমনৱেলথ গেমছৰ মাজতে গ্লাছগ’ৰ ৰেস্তোঁৰাৰ নেপকিনত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰক লৈ ক্ষোভ লাভলীনাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
August 2, 2026
কমনৱেলথ গেমছৰ মাজতে গ্লাছগ'ৰ ৰেস্তোঁৰাৰ নেপকিনত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰক লৈ ক্ষোভ লাভলীনাৰ
কমনৱেলথ গেমছত ৰূপৰ পদক লাভ লাভলীনা বৰগোহাঁইৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
August 2, 2026
কমনৱেলথ গেমছত অব্যাহত আছে ভাৰতৰ জয়যাত্ৰা। ৩৯ পদক অৰ্জনেৰে চতুৰ্থ স্থানত আছে ভাৰত। কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁইয়ে।
1
2
3
4
...
1,151
Page 3 of 1,151
Popular
ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ
দৈনন্দিন বাৰ্তা
-
August 28, 2026