মধ্যপ্ৰদেশৰ গোৱালিয়ৰত শোকাৱহ ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকে মহটিয়ালে শীতলা মাতা মন্দিৰলৈ যোৱা ৪০ গৰাকীকৈ ভক্তক।
মৃ*ত্যুদূতৰূপী ট্ৰাকখনৰ খুন্দাত ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যু।
আহতৰ ভিতৰত আছে কৰ্তব্যৰত দুজন আৰক্ষী।
আৰক্ষীৰ বেৰিকেড ভাঙি মন্দিৰৰ দেৱাল, গেটত খুন্দা ট্ৰাকখনৰ।
কলকাতাৰ পিছতে পুনৰ এই ঘটনা সংঘটিত দেশত।

