সামুদ্ৰিক ঘূৰ্ণি ‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ।
তামিলনাডুৰ বিভিন্ন স্থানত তাণ্ডৱ।
চেন্নাইৰ কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত।
ওড়িশাত ধুমুহা-বৰষুণৰটো তাণ্ডৱলীলা।
সমুদ্ৰত দেখিবলৈ পোৱা গৈছে বৃহৎ ঢৌ।
এনেদৰে বহু প্ৰান্তত তাণ্ডৱ চলাইছে ঘূৰ্ণীবতাহে।
প্ৰশাসনৰ ব্যাপক সতৰ্কতা অৱলম্বন।
প্ৰচণ্ড ধুমুহা-বৰষুণত ঘৰৰ পৰা নোলাবলৈ জাৰি সৰ্তকবাণী।
ৰে’ল যাতায়াতো ব্যাহত হোৱাৰ সম্ভাৱনা।

