১ নৱেম্বৰৰ পৰা দিল্লীত বন্ধ নিৰ্মাণ কাৰ্য।
৫০% কৰ্মচাৰীৰে চলাব লাগিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়।
ৰাজপথত চলাব নোৱাৰিব যিকোনো বাহন।
দুগুণ পৰ্যন্ত বৃদ্ধি কৰা হ’ব পাৰ্কিং।
১ নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপত বন্ধ হ’ব বৃহৎ নির্মাণ কার্য।
নিৰ্মাণ কাৰ্যৰ লগতে বন্ধ থাকিব প্রদূষণ সৃষ্টিকাৰী উদ্যোগ।
১নৱেম্বৰৰ পৰা ৩১ জানুৱাৰীলৈ বাহাল থাকিব নির্দেশনা।
চৰকাৰী-বেচৰকাৰী প্ৰতিটো প্রতিষ্ঠানে মানিব লাগিব নিয়ম।
WORK FROME HOMEৰ জৰিয়তে বনাব লাগিব সময়সূচী।
দিল্লীত প্রবেশ নিষেধ BS6 বাহনৰ।
দিল্লীত শীতকালীন বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিল্লী চৰকাৰৰ শীতকালীন কাৰ্যপন্থা (Winter Action Plan) অনুসৰি এইদৰে বিভিন্ন স্তৰৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

