No menu items!

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান: ভাঙি পেলোৱা হ’ল ৯টা অবৈধ মছজিদ, দৰগাহ

গুজৰাটৰ গিৰ সোমনাথত মন্দিৰৰ পিছফালে থকা চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হয়। (Somnath Temple)

Himanta Biswa Sarma rise in national politics: দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ড° হিমন্ত বিশ্ব শৰ্মা !

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় ভাৰতৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেদৰে অগ্ৰগতি লাভ কৰিছে( Himanta Biswa Sarma rise in national politics) ? সেইয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Floods Landslides In Nepal: নেপালত বান আৰু ভূমিস্খলনত ৬৬ গৰাকীৰ মৃত্যু, আহত অৰ্ধশতাধিক

দেশখনৰ বহু অঞ্চলত বৃহস্পতিবাৰৰ পৰাই অব্যাহত থকা বৰষুণৰ ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ ফলত আকস্মিক বানৰ সতৰ্কবাণী জাৰি কৰা হৈছে(Floods Landslides In Nepal)।

us presidential election 2024: নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন! নিৰ্বাচনত প্ৰবাসী ভাৰতীয়ই ল’ব গুৰুত্বপূৰ্ণ ভূমিকা

আমেৰিকাত ভাৰতীয় মূলৰ প্ৰায় ৫০ লাখ লোক বাস কৰাৰ বাবে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এইসকল ভোটাৰে এক প্ৰকাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।(us presidential election 2024)

World Heart Day 2024: “হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা

হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে জি এন আৰ চি হাস্পতালৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন। হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত ব্যক্তিৰ মৃত্যু হয়।(World Heart Day 2024)

Popular