ৰাইজৰ বাৰ্তা

গেৰুৱাৰ শিক্ষক চন্দন দৈমাৰীয়ে ড্ৰেগন ফ্ৰুইটচৰ খেতিৰে গেৰুৱাত আনিছে কৃষি বিপ্লৱ

ওদালগুৰি জিলাৰ  বিটিআৰৰ ৰৌতা সমষ্টিৰ গেৰুৱা অঞ্চলত ড্ৰেগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰাৰ পথ দেখুবাইছে কৃষক সকলক...

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত পত্নীয়ে উৎসাহিত কৰিলে বিৰাট কোহলীক

তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শুক্ৰবাৰে, ৫ নৱেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিছিল যিহেতু তেওঁ ৩৩ বছৰীয়া হৈছিল। তেওঁ বৰ্তমান ইউ.এ.ই.ত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত টীম...

ওদালগুৰিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সৰ্বভাৰতীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰ্বভাৰতীয় পৰ্যায়ৰ  ২৭ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনি  ৬নবেম্বৰত  ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খেল পৰিচালনা সমিতিৰ সহযোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত...

৬৭ বছৰীয়া হ’ল কমল হাছান

আজি ৬৭ বছৰীয়া হ'ল অভিনেতা কমল হাছান। তেওঁ এজন অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, গায়ক, গীতিকাৰ আৰু আনকি এজন ৰাজনীতিবিদ হিচাপেও জনাজাত। হাচানে মুখ্যতঃ তামিল...

ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুত সতৰ্কতা জাৰি !

ধাৰাসাৰ বৰষুণৰ পিছত তামিলনাডুৰ কিছু অংশত বানপানীৰ সতৰ্কতা জাৰি । ৰাতিটোৰ ভিতৰতে চেন্নাই আৰু ইয়াৰ উপনগৰীয় অঞ্চলত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত চাৰিওফালে পানী জমা হৈ...

Popular