মুখ্য-পৃষ্ঠা

গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

গহপুৰ বাকৰিদলনী-কাৱৈমাৰী সংযোগী পথচোৱাৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ পথটোৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে কাৱৈমাৰী অঞ্চলৰ ৰাইজে । একাঁঠু বোকাত খোজকাঢ়ি পাৰ...

দৰাবিলত পক্ষী নিধন : দুস্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনকল্যান সমিতিৰ ।

অসমৰ প্ৰখ্যাত আৰ্দ্ৰভূমি সমূহৰ অন্যতম দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বুকুত দৈনন্দিন অলেখ চৰাই বিচৰণ কৰি থাকে। স্থানীয় আৰু পৰিভ্ৰমী  চৰাইৰ  বিচৰণস্থলী দৰাবিলৰ আশে-পাশে শেহতীয়াভাৱে...

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত : কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলিৰ বাসগৃহত উদ্ধাৰ ২৫ গ্ৰাম হেৰ’ইন

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। গোলাঘাটতো  দৈনিক গ্ৰেপ্তাৰ হৈছে ড্ৰাগছৰ বহু মাফিয়া।  আজি গোলাঘাট তিৰুৱাল বৰফুকন খাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ড্ৰাগছ...

হোজাইত আজমল ফাউণ্ডেচনৰ হেল’ আজমলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন।

হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যগত হে'ল্ল আজমলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন। হোজাই স্থিত আজমল হাউচত হে'ল্ল আজমল নামৰ ৰেচনৰ গাড়ীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে যমুনামুখ...

মৰাণত আজিও ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ৰাইজে

প্ৰতিখন চৰকাৰে উন্নয়নৰ ধাক-ঢোল বজাই পৰিবৰ্তনৰ ৰঙীন বিজ্ঞাপন দিছে কিন্তু ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত আজিও ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ৰাইজে । মৰাণৰ...

Popular