No menu items!
No menu items!
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
বিদেশী ঘোষিত হোৱাৰ এসপ্তাহৰ ভিতৰতেই প্ৰত্যাৱৰ্তন, আইন-শৃংখলা আৰু অৰ্থনীতিত অসমৰ অভূতপূৰ্ব অগ্ৰগতি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী গ্ৰন্থমেলাত পুৰুলিল প্ৰকাশনৰ গ্ৰন্থ উন্মোচন, বিতোপন দত্তৰ কাব্যগ্ৰন্থ “নাচি উঠক বসন্ত সময়” উন্মোচন । PURULEEL PRAKASHAN
ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…
Floods: ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে বানাক্ৰান্ত অসমলৈ ৭১৬ কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় গৃহ দপ্তৰে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 2, 2024
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত মোদী চৰকাৰে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে।(floods)
Zakir Naik: ভাৰতৰ মোষ্ট ৱাণ্ডেড জাকিৰ নাইকক পাকিস্তানত ৰাজ আতিথ্য! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 2, 2024
পাকিস্তান সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে পৰিচিত আৰু এতিয়া দেশ খনে ৰাজ আতিথ্য প্ৰদান কৰিছে উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকক। যিজন নাইকক ভাৰতত ধন সৰবৰাহৰ অভিযোগত বিচাৰি থকা হৈছে। (Zakir Naik)
Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 2, 2024
মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণে কৰা ১০০ ৰো অধিক মিচাইল আক্ৰমণ(Iran Attack on Israel)ৰ লগে লগে আমেৰিকাই নিজৰ সেনাবাহিনীক(US military) অধিক তৎপৰতাৰে ইজৰাইলক সহায় কৰাৰ লগতে ইৰাণক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে হোৱাইট হাউছৰ সিচুৱেচন ৰূমৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিটো মুহূৰ্ত কৰি আছে নিৰিক্ষণ ।
Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)
Rajmata-Gaumata: গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ চৰকাৰে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
মহাৰাষ্ট্ৰৰ চৰকাৰে গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে। সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক ৰাজমাতা-গোমাতাৰ মৰ্যাদা প্ৰদান কৰে।(Rajmata-Gaumata)
1
...
185
186
187
...
1,087
Page 186 of 1,087
Popular
অনুকৰণীয় ৰে’ল সেৱাৰ ৩৪ বছৰঃ সমীৰণ ডেকাৰ অনুপ্ৰেৰণামূলক যাত্ৰা
দৈনন্দিন বাৰ্তা
-
January 1, 2026