ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Titanic:ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰৰ পৰা ওলাল ‘টাইটানিক’

ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ(Theater Kahinur) এক সুকীয়া স্থান আছে।(Titanic) এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ 'টাইটানিক' আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

Assam Book Fair:উৎসাহ-উদ্দীপনাৰে গুৱাহাটীত অসম গ্ৰন্থমেলা আৰম্ভ

“অসমীয়া ভাষাৰ যে এক স্বকীয় ইতিহাস আছে, এই ভাষা যে অতি সু-প্ৰাচীন এই কথা প্ৰতিপন্ন কৰিলে ধ্ৰুপদী স্বীকৃতিয়ে৷(Assam Book Fair) মহাৰাজা পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ প্ৰাচীন কামৰূপৰ ইতিহাসেৰে অসমীয়া ভাষা সমৃদ্ধ৷ কিন্তু কামৰূপ যেন কিছু পৰিমাণে ইতিহাস বিচাৰৰ দিশৰ পৰা বঞ্চিত হৈ আছিল৷

Manmohan Singh: BMW নহয়, মাৰুতি ৮০০ বাহনেই প্ৰিয় আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

মাৰুতি ৮০০ বাহনেই অধিক পছন্দৰ আছিল ড০ মনমোহন সিঙৰ৷ প্ৰধানমন্ত্ৰী হিচাপে কোটিটকীয়া গাড়ীত ঘূৰিবলৈ মানসিকভাৱে প্ৰস্তুত নাছিল সিং৷(Manmohan Singh )

Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী, জে পি নড্ডা; ছোনিয়া গান্ধী

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ৯২ বছৰ বয়সত মৃত্যু। প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, জে পি নাড্ডা, ছোনিয়া গান্ধীয়ে মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনায়। (Manmohan Singh)

Manmohan Singh Death: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসানত দেশজুৰি শোকৰ ছাঁ

দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ড০ মনমোহন সিঙৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী বিয়োগত শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।(Manmohan Singh Death)

Popular