ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

General Bipin Rawat: CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ কেনেকৈ মৃত্যু হৈছিল?

২০২১ চনৰ ৪ ডিচেম্বৰত তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত চিডিএছ বিপিন ৰাৱটৰ মৃত্যু হৈছিল। পত্নী মধুলিকা, হেলিকপ্টাৰখন পাইলট গ্ৰুপৰ কেপ্তেইন বৰুণ সিংকে ধৰি মুঠ ১৪ জন লোকৰ মৃত্যু হৈছিল।(General Bipin Rawat)

Bibek Pangeni Died: সৃজানা হাৰি গ’ল, গুছি গ’ল বিবেক! তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে বিবেকৰ

বিবেকৰ মগজুৰ কৰ্কট ৰোগ আছিল ষ্টেজ ৩। এনে অৱস্থাত পত্নী সৃজনা সুবেদী সকলো এৰি কেৱল স্বামীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। দুয়োৰে প্ৰেম দুই শৰীৰৰ এক আত্মাৰ দৰে আছিল। কিন্তু বিবেক সৃজনাক অকলে এই সংসাৰত এৰি নিজেই সংসাৰৰ পৰা আঁতৰি গ'ল বিবেক। (Bibek Pangeni Died)

Virat Kohli Anushka Sharma: ভাৰত এৰি যোৱাৰ পৰিকল্পনা বিৰাট-অনুষ্কাৰ!

ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু দুই সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব বিৰাট কোহলী।(Virat Kohli Anushka Sharma)

Non Veg Tiffin: টিফিনত আমিষ খাদ্য নিয়াৰ বাবেই স্কুলৰ পৰা বহিষ্কাৰ ছাত্ৰ! উচ্চ ন্যায়ালয়ত উপস্থিত মাতৃ…

শিশুটিয়ে নন-ভেজ টিফিন অনাৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ল। তাৰ পিছত মায়ে হাইকোৰ্টত উপস্থিত হ'ল, ন্যায়লয়ে কি ৰায় দিলে?(Non Veg Tiffin)

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Popular