ৰাষ্ট্ৰীয়

Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত ‘ফাগুনৰ ৰংময় ক’লাজ’ আৰু ‘কবিতাৰ শেৱালি সুৱাস’ উন্মোচন

কবিতাই কবিৰ প্ৰাণ। কবিতাই(Poetic City of Diphu) কবিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰাৰ লগতে জগত পোহৰ কৰি তোলে। ইয়াকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিফুৰ দুগৰাকী কবিয়ে।

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

বাংলাদেশত(Bangladesh Chalo) সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই ভাৰতত, বিশেষকৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বাংলাদেশত এখন ভাৰতীয় বাছৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তনে প্ৰতিক্ৰিয়া অধিক তীব্ৰ হৈ পৰিছে।

Scientist Mihir Kanti Chowdhury:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য, বিজ্ঞানী মিহিৰ কান্তি চৌধুৰীৰ পৰলোক

ওৰেটো জীৱন শিক্ষা সাধনাত ব্ৰতী আৰু শৈক্ষিক উৎকৰ্ষ সাধনত জড়িত ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ(Scientist Mihir Kanti Chowdhury) পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে আজি শোকাচ্ছন্ন কৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ৷(Vice-Chancellor)

শেহতীয়া বাতৰি

Pushpa 2- The Rule:অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ, জামিনত মুক্তি

জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক(Actor Allu Arjun) এক বিশেষ গোচৰত(Pushpa 2- The Rule) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি অভিনেতাগৰাকীৰ অনুৰাগীৰ মাজত হাহাকাৰ লাগে।

Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা

Morigaon । মৰিগাওঁ তৰুণৰাম ফুকন খেলপথাৰত অনুস্থিত হোৱা অনুষ্ঠানত জিলাখনৰ ১২১২৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা লগতে ১০৮৬ গৰাকী ছাত্ৰ ছাত্ৰীক বানীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও ৬২২ গৰাকীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে৷

অসম

Poet Mira Thakur:বিশিষ্ট কবি মীৰা ঠাকুৰৰ মৃত্যু, শোকস্তব্ধ সাহিত্যানুৰাগী

অসমৰ সাহিত্য জগতৰ বাবে এক দুখৰ খবৰ৷ ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি মীৰা ঠাকুৰ(Poet Mira Thakur) আৰু নাই৷

উত্তৰ-পূৰ্বাঞ্চল

Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Brahmaputra। ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চলিছে ঘোঁৰাগাড়ী আৰু খোজ কাঢ়িছে মানুহ। ধুবুৰীত ভয়ংকৰ ভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী। মৰুভূমিৰ সদৃশ্য হৈ পৰা এই বিশাল বালি চৰত এতিয়া চলিছে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ আৰু ঘোঁৰাগাড়ী। ক্ৰমাৎ শুকাই গৈছে বাৰিষাত ভয়ংকৰ ৰূপধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পক্ষ। সুজলা শুৱলা শয্য শামলা অসমৰ আয়ু ৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱা বৃদ্ধি পাইছে উদ্ধেগ।

স্থানীয় বাৰ্তা

Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা

Morigaon । মৰিগাওঁ তৰুণৰাম ফুকন খেলপথাৰত অনুস্থিত হোৱা অনুষ্ঠানত জিলাখনৰ ১২১২৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা লগতে ১০৮৬ গৰাকী ছাত্ৰ ছাত্ৰীক বানীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও ৬২২ গৰাকীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে৷

NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Brahmaputra। ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চলিছে ঘোঁৰাগাড়ী আৰু খোজ কাঢ়িছে মানুহ। ধুবুৰীত ভয়ংকৰ ভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী। মৰুভূমিৰ সদৃশ্য হৈ পৰা এই বিশাল বালি চৰত এতিয়া চলিছে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ আৰু ঘোঁৰাগাড়ী। ক্ৰমাৎ শুকাই গৈছে বাৰিষাত ভয়ংকৰ ৰূপধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পক্ষ। সুজলা শুৱলা শয্য শামলা অসমৰ আয়ু ৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱা বৃদ্ধি পাইছে উদ্ধেগ।

‘Advantage Assam2.0’। ‘এডভেন্টেজ অসম২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

'Advantage Assam2.0'। অসমত উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে অহা বছৰৰ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভেন্টেজ অসম ২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লগা এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৰা উদ্যোগ মন্ত্ৰী বড়াই বুজ লয়।

বিনোদন

Malaika Arora: মালাইকা অৰোৰা জীৱনলৈ নতুন পুৰুষৰ আগমণ! কোন এইজন যুৱক…

অৰ্জুনৰ লগত বিচ্ছেদৰ পিছত মালাইকা জীৱনলৈ নতুন প্ৰেম! কোন এইজন মালাইকাৰ ৰহস্যময় ‘বয়ফ্ৰেণ্ড’।(Malaika Arora)

Rajinikanth Birthday: ছুপাৰষ্টাৰ ৰজনীকান্তৰ বয়স ৭৪ বছৰ হ’ল, অনুৰাগীয়ে তেওঁৰ মূৰ্তিক ভগৱানৰ দৰে পূজা কৰিলে

হিন্দী চিনেমাৰ পৰা দক্ষিণ চিনেমালৈ সকলোতে নিজৰ নাম জনপ্ৰিয় কৰা ৰজনীকান্তৰ আজি ৭৪ সংখ্যক জন্মদিন। তেওঁৰ ফেন ফ’ল’ৱাৰ ইমানেই বেছি যে ফেনসকলে তেওঁক ভগৱানৰ মৰ্যাদা দি ভগৱানৰ দৰে পূজা কৰে। তেনে এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।(Rajinikanth Birthday)

Kapoor Family: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ, প্ৰধানমন্ত্ৰীৰ সৈতে আলিয়া-ৰণবীৰ, কৰীনা-ছেইফ কৰিশ্মা-ৰিদ্ধিমাৰ গ্ৰুপ পিকচাৰ

১৪ ডিচেম্বৰত ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আৰ কে চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনাবলৈ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। আনকি কৰীনাই পুত্ৰকেইটাৰ বাবে অটোগ্ৰাফো ল'লে।(Kapoor Family)

Ranveer Singh Mom Donated Hair: নাতিনীয়েক দুৱাৰ তিনিমাহ সম্পূৰ্ণ, আইতাকে দান কৰিলে চুলি!

ৰণবীৰ সিঙৰ মাতৃ অঞ্জু ভৱননীয়ে তেওঁৰ চুলি দান কৰিছে, নাতিনীয়েক দুৱাই তিনিমাহ সম্পূৰ্ণ কৰাৰ পিছত এই সিদ্ধান্ত ল’লে আইতাকে।(Ranveer Singh Mom Donated Hair) 

ৰাজনীতি

International: আফগানিস্তানত মন্ত্ৰালয়ৰ ভিতৰত বি*স্ফোৰণ, নি*হত এজন মন্ত্ৰী

আফগানিস্তানৰ ৰাজধানী কাবুলত আ*ত্মঘাতী বোমা বি*স্ফোৰণত নিহত হয় আফগানিস্তানৰ...

Oath Ceremony: আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ ৪ নতুন মন্ত্ৰীৰ…

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৪ নতুন মন্ত্ৰীৰ শপত গ্ৰহণ...

Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান

মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷(Cabinet Ministers)

Devendra Fadnavis: বহু জল্পনা-কল্পনাৰ অন্তত আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে

তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে। সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠান।(Devendra Fadnavis)