আত্ম লিখনি

Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন

১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা আধ্যাত্মিক(Spiritual Journey) প্ৰতিষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হৈছে আধ্যাত্মিক বিকাশ(Personal Reflection) আৰু ৰাজযোগৰ শিক্ষাৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত সংস্থা।

 ASSAM PHYSICON 2024 । দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪

"অসুস্থ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে ফিজিঅ'থেৰাপী।"গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত পৰা অহা ৩ নবেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “অসম ফিজিঅ’কন ২০২৪'' শীৰ্ষক ফিজিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশ লৈ এনেদৰেই মন্তব্য কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্যই।(ASSAM PHYSICON 2024)

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

সত্য ৰঞ্জন বৰাৰ গ্ৰন্থ “দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’ উন্মোচন ...

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰা 'দ্ৰোহ সনাতন - শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা'...

Popular