Breaking

খুমটাইত প্ৰকৃতি প্ৰেমৰ উজ্জ্বল নিদৰ্শন দ্বিপেন বৰদলৈ…

0 2,126

এগৰাকী ব্যক্তিয়ে প্ৰকৃতিপ্ৰেমৰ অনন্য নিদৰ্শন দিবলৈ সক্ষম হৈছে।উল্লেখ যে গোলাঘাট জোনাকী নগৰৰ দিজেন বৰদুলৈ নামৰ ব্যক্তি গৰাকীয়ে কাছ সংৰক্ষণৰ ক্ষেত্ৰত   ব্যতিক্ৰমী পদক্ষেপ গ্ৰহন কৰি আহিছে৷তেখেতে দানত পোৱা দুস্প্ৰাপ্য কাছ  বিভিন্ন বিল-পুখুৰীত মেলি ৰাইজৰ প্ৰশসা বুলিবলৈ সক্ষম হৈছে। গোলাঘাট জোনাকী নগৰৰ নিৰ্বাসী দ্বিপেন বৰদলৈয়ে জিলাখনৰ  বিভিন্ন প্ৰান্তত থকা কাছ সংৰক্ষণ প্ৰকল্পত আজিকোপতি ৩০টা কাছ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে।

আনহাতে জীৱিকাসূত্ৰে ‘দান’ হিচাপে গ্ৰহণ কৰা কাছ সমূহ মেলি দিয়ে বিল-পুখুৰীত । থিক সেই দৰে কালি খুমটাইৰ যোগিবাৰী বিলত মেলি দিছে দুটা কাছ । ৩০০ বছৰ জীয়াই থকা এই দুস্প্ৰাপ্য কাছ বিক্ৰী কৰাৰ পৰিৱৰ্তে দান কৰি দেখুৱাইছে প্ৰকৃতিপ্ৰেমৰ উজ্জ্বল নিদৰ্শন।তেখেতৰ এনে কাৰ্যত সচেতন ৰাইজে শলাগ লৈছে।

Leave A Reply