জীৱনশৈলী

শীতকালত দিনটোত পানী কিমান খাও আমি

শীতকালত আমাৰ শৰীৰৰ ঘাম কম হয়, গতিকে পানীৰ পিয়াহ বেছি নালাগে। বহুতে পানী বেছিকৈ খালে সঘনাই শৌচাগাৰলৈ যাবলগীয়া হয়। সেই অসুবিধাৰ পৰা হাত সাৰিবলৈ...

Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা

দেশপ্ৰেম নো আচলতে কি? বিখ্যাত ৰুছ সাহিত্যিক লিঅ' টলষ্টয়ে দেশপ্ৰেম(Patriotism) সম্বন্ধে কৈছে- দেশপ্ৰেমৰ(Lachit Borphukan) আটাইতকৈ সহজ, স্পষ্ট আৰু নিঃসন্দেহ অৰ্থ শাসক সকলৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষা আৰু লোভী ইচ্ছা লাভ কৰাৰ এক উপায় আৰু শাসিত সকলৰ বাবে ক্ষমতাত থকা সকলৰ ওচৰত মানৱীয় মৰ্য্যাদা, যুক্তি, বিবেক আৰু দাসত্বৰ মোহ ত্যাগ কৰাৰ বাহিৰে আন একো নহয়।

Majuli । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ

সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে (Majuli) । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান‌ অংশ হিচাবে আজি মাজুলীৰ‌ ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মাজুলী জিলা যুৱ -ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।

Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই

নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিকৱান যুৱক তথা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰা। তেওঁ সুদীৰ্ঘ দিন নীৰৱে চলাই গৈছে এক নিৰলস প্ৰচেষ্টা। সাংবাদিক বৰাই একক প্ৰচেষ্টাৰে ভাৰত ৰত্ন, হিয়াৰ আমঠ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ(Bharat Ratna Bhupen Hazarika) কালজয়ী গীতসমূহ মাইক যোগে ৰাইজক শুনাই আহিছে শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ দিনৰে পৰা।

Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’

তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।

Popular