ধৰ্ম

আজি পবিত্ৰ গুৰু পূৰ্ণিমা ! পূজাৰ পদ্ধতি জানি লওক…

আজি অৰ্থাৎ ২১ জুলাই আজিৰ দিনটোতে পালন কৰা হয় গুৰু পূৰ্ণিমা উৎসৱ । এই তিথিক আহাৰ পূৰ্ণিমা, ব্যাস পূৰ্ণিমা আৰু বেদ ব্যাস জয়ন্তী বুলিও...

ঘৰৰ চাৰিওফালে এই সমূহ চৰাই দেখিলে মুকলি হয় ভাগ্য, দেৱী লক্ষ্মীয়ে বাসস্থান লয়…

কিছুমান চৰাইক হিন্দু ধৰ্মত অতি শুভ বুলি গণ্য কৰা হয়।এই চৰাইবোৰ যদি ঘৰৰ ভিতৰলৈ আহে বা ঘৰৰ আশে-পাশে দেখা যায় তেনেহ’লে আপোনাৰ ভাগ্য মুকলি...

মহাভাগ্য যোগঃ এই যোগে আপোনাক আদানী-আম্বানীৰ দৰে ধনী কৰিব…

প্ৰতিজন ব্যক্তিয়ে ধনী হ’ব বিচাৰে আৰু জ্যোতিষতো তেওঁৰ সপোন কিমানখিনি পূৰণ হ’ব পাৰে সেই বিষয়ে জানিব পৰা যায়। প্ৰতিজন ব্যক্তিয়ে নিজৰ ৰাশিফলত ধন যোগৰ...

আপোনাৰ ৰোগ আপোনাৰ ৰাশিৰ সৈতে জড়িত! ৰাশি অনুযায়ী পালন কৰক এই সমূহ নিয়ম…

জ্যোতিষ শাস্ত্ৰৰ মতে এজন ব্যক্তিয়ে ভুগি থকা ৰোগবোৰ ৰাশিৰ লগত জড়িত। কাৰণ প্ৰতিটো ৰাশিয়ে বিভিন্ন অংগ আৰু ইয়াৰ ফলত হোৱা ৰোগবোৰৰ ইংগিত দিয়ে। জ্যোতিষত...

আজি পহিলা শাওণ! শাওণ মাহত নাখাব গাখীৰ, দৈ, বেঙেনা…

প্ৰতি মাহৰ বাবে পূজাৰ কিছু নিয়ম আছে। শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এই মাহত নিয়মীয়াকৈ পূজা কৰিলে এজন ব্যক্তিয়ে আকাংক্ষিত ফল...

Popular