Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ধৰ্ম
কেতিয়াও আনৰ আঙুঠি পিন্ধিব নালাগে, এটা ভুলে আপোনাৰ সুখ, শান্তি আৰু সৌভাগ্য কাঢ়িব !
অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
Karwa Chauth 2024: কৰৱা চৌথৰ ব্ৰত পালন নকৰিব এইসকল লোকে!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
প্ৰতি বছৰে কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তাৰিখত বিবাহিত মহিলাসকলে কৰৱা চৌথৰ ব্ৰত পালন কৰে।(Karwa Chauth 2024)
Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 16, 2024
লক্ষ্মী পূজাৰ এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাবে উৎসৰ্গা কৰা হয়(Lakshmi Puja 2024) । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসত থাকে আৰু নিশাটো মা লক্ষ্মীৰ আৰাধনা কৰে ।
Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 13, 2024
"সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে যৎপৰোনাস্তি সহায়-সহযোগিতাৰে সেৱা ধৰি যাব।" এই বক্তব্য অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ(Keshab Mahanta in Guru Avirbhav Mahotsav in Kaliabor)।
Srimanta Sankardev: শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন
ধৰ্ম
দৈনন্দিন বাৰ্তা
-
October 12, 2024
Srimanta Sankardev । ধনশিৰি মহকুমাৰ সম জিলাৰ অন্তৰ্গত উৰিয়ামঘাট আঞ্চলিক বৰ নামঘৰৰ সৌজন্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ ভাগ ২৪, ২৫ তাৰিখৰ পৰা ২৬ তাৰিখৰলৈ তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন।উৰিয়ামঘাট আঞ্চলিক বৰ নামঘৰৰ সৌজন্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন
Durga Puja:৪২ ফুট উচ্চতাৰ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু:Ravan
ধৰ্ম
দৈনন্দিন বাৰ্তা
-
October 9, 2024
( Durga Puja)আজি ষষ্ঠী, বেদীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ । ৪২ ফুট উচ্চতাৰ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু হৈছে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ পূজা কমিটি। দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ ৪৩ টা বৰ্ষত ভৰি দিছে। প্লাষ্টিক মুক্ত মণ্ডপ প্ৰস্তুত কৰা হৈছে। দেৰগাঁৱৰ নৰেন শৰ্মা খেল পথাৰত এই পূজা ভাগ অনুষ্ঠিত কৰা হয়। কলিকতাৰ এক মণ্ডপৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপ ৷ পুজাৰ লগত সংগতি ৰাখি আৰতি , উৰুলি আৰু শংঙ্খ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। (Ravan)
1
...
70
71
72
...
147
Page 71 of 147
Popular
শিৱসাগৰত হ’ব বিজেপি-অগপৰ ‘বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা’
দৈনন্দিন বাৰ্তা
-
March 24, 2026