Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
পৰ্যটন
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।
জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?
Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।
Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”
অসম
দৈনন্দিন বাৰ্তা
-
October 18, 2024
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত নগাঁৱৰ ফুলগুৰিত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে কৃষক ৰাইজ গৰজি উঠিছিল। এই কৃষক বিদ্ৰোহকে "ফুলগুৰি ধেৱা" বুলি জনাজাত। এই সন্দৰ্ভত "ফুলগুৰি ধেৱা" গ্ৰন্থৰ আগ কথাত বেনুধৰ কলিতাই উল্লেখ কৰিছে যে "অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱৰ জন্ম। সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তি স্বৰূপ। ফুলগুৰিৰ ধেৱা বা ফুলগুৰি বিদ্ৰোহো ব্ৰিটিছ চৰকাৰৰ অবৰ্ণনীয় নিষ্পেষণ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰেই কৰ কাটলৰ হেঁচা ৰাইজে কেকোঁ-জেকোঁকৈ ব'ব নোৱাৰি সেইবোৰৰ বিৰুদ্ধে কৰা স্বত:স্ফূত আন্দোলন। ইংৰাজ আৰু চিপাহী বিলাকে বিদ্ৰোহক "ধাৱা " বুলিছিল। (Phulaguri Uprising)
Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 14, 2024
অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।
Orang National Park opens: ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
প্ৰকৃতি
দৈনন্দিন বাৰ্তা
-
October 1, 2024
ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা একমাত্ৰ গড়ঁৰ মুক্ত বিচৰণ ভূমি আৰু ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান। মঙ্গল বাৰে প্ৰতিকূল বতৰক নেওঁচি বৰ আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যান।২০২৪-২৫ বৰ্ষৰ (tourism)পৰ্যটনৰ বাবে মুকলি হ'ল (Orang National Park opens for tourism) ওৰাং ৰাষ্ট্ৰীয় উদ্যান(National Park)। মঙ্গল বাৰে ৰাতিপুৱা দহ বজাত মাঙ্গলিক অনুষ্ঠানৰ অন্তত ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যান খন আনুষ্ঠানিক বাবে মুকলি কৰে দৰং জিলাৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱা আৰু তেখেতক সঙ্গ দিয়ে ৰাষ্ট্ৰীয় উদ্যান খনৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে
গুৱাহাটী পৌৰ নিগমত কৰ্মৰত চাফাই কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ মুকলি…
পৰ্যটন
দৈনন্দিন বাৰ্তা
-
August 31, 2024
গুৱাহাটী পৌৰ নিগমৰ মেৰুদণ্ড স্বৰূপ আৰু মহানগৰীখনক পৰিষ্কাৰ - পৰিস্কৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা নিগমৰ চাফাই কৰ্মচাৰী সকলৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে নিগম...
1
...
25
26
27
...
30
Page 26 of 30
Popular
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
দৈনন্দিন বাৰ্তা
-
December 13, 2025