Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
পৰ্যটন
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ
কংগ্ৰেছক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শেহতীয়া কৰ্ম দক্ষতাক শলাগ ল’লে অনুসূচীত জাতি...
Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 14, 2024
অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।
Orang National Park opens: ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
প্ৰকৃতি
দৈনন্দিন বাৰ্তা
-
October 1, 2024
ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা একমাত্ৰ গড়ঁৰ মুক্ত বিচৰণ ভূমি আৰু ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান। মঙ্গল বাৰে প্ৰতিকূল বতৰক নেওঁচি বৰ আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যান।২০২৪-২৫ বৰ্ষৰ (tourism)পৰ্যটনৰ বাবে মুকলি হ'ল (Orang National Park opens for tourism) ওৰাং ৰাষ্ট্ৰীয় উদ্যান(National Park)। মঙ্গল বাৰে ৰাতিপুৱা দহ বজাত মাঙ্গলিক অনুষ্ঠানৰ অন্তত ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যান খন আনুষ্ঠানিক বাবে মুকলি কৰে দৰং জিলাৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱা আৰু তেখেতক সঙ্গ দিয়ে ৰাষ্ট্ৰীয় উদ্যান খনৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে
গুৱাহাটী পৌৰ নিগমত কৰ্মৰত চাফাই কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ মুকলি…
পৰ্যটন
দৈনন্দিন বাৰ্তা
-
August 31, 2024
গুৱাহাটী পৌৰ নিগমৰ মেৰুদণ্ড স্বৰূপ আৰু মহানগৰীখনক পৰিষ্কাৰ - পৰিস্কৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা নিগমৰ চাফাই কৰ্মচাৰী সকলৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে নিগম...
অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ! অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ…
পৰ্যটন
দৈনন্দিন বাৰ্তা
-
July 26, 2024
অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ। অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ...
নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি ড⁰ হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰত উপস্থিত হয়
assam
দৈনন্দিন বাৰ্তা
-
June 27, 2024
নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি পোনে পোনে বৰপেটালৈ ৰাওণা হয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ সৈতে বৰপেটা সত্ৰত উপস্থিত বৰপেটাৰ অভিভাৱক মন্ত্ৰী ডাঃ...
1
...
41
42
43
...
45
Page 42 of 45
Popular
VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা
দৈনন্দিন বাৰ্তা
-
March 10, 2026