বাণিজ্য

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

বৃটিছৰ শাসনকালত আসাম কোম্পানীয়ে নাজিৰা মহকুমাৰ চকীমুখত এটি বিমান ঘাটি প্ৰতিষ্ঠা কৰি ভাৰত তথা বিশ্বৰ বিভিন্ন স্থানলৈ অসমত উৎপাদিত চাহৰ ৰপ্তানি বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল(Bir Lachit Sena)।

National Dairy Day:শ্বেত বিপ্লৱৰ জনক, ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্মবাৰ্ষিকী পালন

শ্বেত বিপ্লৱৰ জনক(Father of the White Revolution), ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত(Famous Dairy man of India), পদ্মশ্ৰী আৰু পদ্মবিভূষণ বঁটা প্ৰাপক ড০ ভাৰ্গিজ কুৰিয়েনৰ(Dr. Virgil Kurien) জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস(National Dairy Day)।

Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ ‘উভচৰী বিমান’

গুৱাহাটী, ১৫ নৱেম্বৰঃ মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত আজি আয়োজিত পৰীক্ষামূলক 'উভচৰী বিমান'(Canadian Amphibious Plane) চিপ্লেনৰ(Seaplane) উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।

Ras Festival began: ৫০খন পতাকা উত্তোলনৰে আৰম্ভ চিলাপথাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ

আজিৰে পৰা পাচঁদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ(Ras Festival began) সোনালী জয়ন্তী বৰ্ষ সমাৰোহ। এতিয়া শৰৎ ঋতু। শৰৎৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল।

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে। কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক।

Popular