বিশেষ লেখা

Assam । অসমীয়াগিৰি তাহানিৰ আৰু আজি

Assam । এনেকৈ অসমীয়াগিৰিৰ বুকু ফিন্দাই দিব পৰাকৈ আমাৰ হাতত বহু উদাহৰণ আছে। ভাস্কৰ বাৰ্মা, মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ৰামানন্দ, নৰনাৰায়ণ, চিলাৰাই, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকন এনেকৈ যদি লাভলীনা বুঢ়াগোহাঁই, হীমা দাসৰ পৰা আজি জন্ম হোৱা শিশু এজনলৈ তালিকা সজাওঁ সেই তালিকা পঢ়িব পৰাকৈ লিখাটো কষ্ট সাধ্য কাৰ্য্য হ'ব।

Happy New Year:নতুন বছৰৰ প্ৰাকক্ষনত

ঘড়ীটোৱে মাজনিশা বাৰ বজাৰ সংকেত দিয়াৰ আগলৈকে পৃথিৱীখনে সামূহিকভাৱে ক্ষন্তেক সময়ৰ বাবে উশাহ বন্ধ কৰি ৰাখে আৰু তাৰ পিছত উল্লাসৰ উদযাপনত(Happy New Year) বিস্ফোৰণ ঘটে।

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Brahmaputra। ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চলিছে ঘোঁৰাগাড়ী আৰু খোজ কাঢ়িছে মানুহ। ধুবুৰীত ভয়ংকৰ ভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী। মৰুভূমিৰ সদৃশ্য হৈ পৰা এই বিশাল বালি চৰত এতিয়া চলিছে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ আৰু ঘোঁৰাগাড়ী। ক্ৰমাৎ শুকাই গৈছে বাৰিষাত ভয়ংকৰ ৰূপধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পক্ষ। সুজলা শুৱলা শয্য শামলা অসমৰ আয়ু ৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱা বৃদ্ধি পাইছে উদ্ধেগ।

Dr. BR Ambedkar:প্ৰবাদপুৰুষ ড° বি আৰ আম্বেদকাৰ

মহান পুৰুষৰ জন্ম সমাজৰ হিতৰ কাৰণে হয়।(Dr. BR Ambedkar) এই কথা সৰ্বজন বিদিত। এনে মহান পুৰুষসকলে(Legendary man) এটা জাতিয়েই নহয় সামগ্ৰীকভাৱে জনসমাজৰ কল্যাণ সাধনত মূখ্য ভূমিকা গ্ৰহণ কৰে।

Popular