Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিশেষ লেখা
গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi
অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে
VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা
Diwali । দীপাৱলী উৎসৱতো আধুনিকতাৰ প্ৰভাৱ
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
অসমীয়া কেলেণ্ডাৰৰ মতে লক্ষ্মী পূৰ্ণিমা তিথিৰ পাছত অৰ্থাৎ অমাৱ্যসাত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰে । (Diwali) দীপাৱলী উৎসৱ সকলোৰে জীৱনত পোহৰ বিলোৱাৰ আশাৰে উদ্ যাপন কৰে । প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱ্যসাত তিথিত (Hindu) হিন্দু, জৈন, শিখ আৰু কিছু সংখ্যক বৌদ্ধ ধৰ্মৰ লোকেও পালন কৰা দেখিবলৈ পাওঁ। এই উৎসৱ অৰ্থাৎ দীপাৱলী উৎসৱে আন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ অৰ্থাৎ বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ীৰ প্ৰতিনিধিত্ব কৰে ।
Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
গ্ৰন্থখনিত লেখকে 'বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ'ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।
Bismoi: “বিস্ময়” সৃষ্টি কৰি গুচি গ’ল ‘বিস্ময় পুৰুষ’ শশী ফুকন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 29, 2024
বিস্ময়'ৰ প্ৰাণপুৰুষ, অসমীয়া ভাষা-সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক, বিশিষ্ট সাহিত্যিক শশী ফুকন আৰু নাই। এটা সময় আছিল, যেতিয়া ফোন, ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ নাছিল।(Bismoi)
Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ
অসম
দৈনন্দিন বাৰ্তা
-
October 28, 2024
অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।
Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা
অসম
দৈনন্দিন বাৰ্তা
-
October 28, 2024
চৰম ধৈৰ্য আৰু একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাবলৈ সক্ষম হৈছে এজন যুৱক। নগাঁৱত এক ব্যতিক্ৰমী তথা অতিকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি নিজকে সমাজৰ আগত এগৰাকী জনপ্ৰিয় আৰু হৃদয়ৱান যুৱক(Mehdi Xeroxwala) হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন
1
...
58
59
60
...
70
Page 59 of 70
Popular
মধ্যপ্ৰাচ্যৰ সংকটে চুইছে সমগ্ৰ বিশ্বক
দৈনন্দিন বাৰ্তা
-
March 12, 2026